নিউজ ব্যুৰ’,নগাঁও,২৯ আগষ্ট:–নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ অাগশাৰীৰ শিক্ষানুষ্ঠান বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ মহাবিদ্যালয়ত নৱাগত আদৰণি অনুষ্ঠানটি বৃহস্পতিবাৰৰ পৰা দুদিনীয়া কাৰ্য্যসূচীৰে আৰম্ভ হৈছে। এই উপলক্ষে কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত পতাকা উত্তোলন কৰে মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ দেৱজিৎ মহন্ত আৰু স্মৃতি তৰ্পণ কৰে অধ্যাপিকা হেময়ন্তী ডেকাই । ইয়াৰ পাছতে অধ্যাপিকা প্ৰণামীকা গোস্বামীয়ে আঁত ধৰা
Month: August 2024
নিউজ ব্যুৰ’,নগাঁও,২৯ আগষ্ট :- ৰাজ্য কঁপোৱা নগাঁও জিলাৰ ধিঙৰ নাবালিকা ছাত্ৰীৰ দলবদ্ধ ধৰ্ষণকাণ্ডৰ প্ৰতিক্ৰিয়া আজিও অব্যাহত আছে ৷ সভ্য সমাজক লজ্জানত কৰা উক্ত বৰ্বৰোচিত ঘটনাক সকলো দল-সংগঠন তথা ব্যক্তি বিশেষে একেমুখে গৰিহণা দি দোষীক দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে ৷ ইয়াৰ মাজতে উক্ত ধৰ্ষণকাণ্ডৰ সন্দৰ্ভত বটদ্ৰৱা নাগৰিক মঞ্চৰ এখনি প্ৰতিবাদী সভা
নিউজ ব্যুৰ’,নগাঁও,২৮আগষ্ট:– E TV Bharatৰ জন্মলগ্নৰ পৰাই মৰিগাঁও জিলাৰ পৰা সংবাদসেৱা আগবঢ়োৱা জ্যেষ্ঠ সাংবাদিক ৰাতুল ডেকা আৰু নাই । মঙলবাৰে নিশা বাতৰি সংক্ৰান্তীয় এক খবৰৰ সন্ধানত ঘৰৰ পৰা ওলাই যোৱা পাছত নিশাই ৰাজপথত মুমূর্ষু অৱস্থাত উদ্ধাৰ হয় সাংবাদিক ৰাতুল ডেকাৰ ৰক্তাক্ত দেহ। সাংবাদিকজনক নিজ গৃহৰ পৰা কিছু দূৰত ৰাস্তাৰ কাষত
নিউজ ব্যুৰ’,নগাঁও,২৮আগষ্ট :–চৰকাৰী কৰ্মচাৰীসকলৰ বাবে নতুন পেঞ্চন স্কীম ঘোষণা কৰিলে কেন্দ্ৰীয় চৰকাৰে। কৰ্মচাৰীসকলৰ বাবে কৰা চৰকাৰৰ এই ঘোষণাক আদৰণি জনাই মঙলবাৰে লামডিঙত এক সংবাদ মেল আয়োজন কৰে। লামডিং ৰেলৱে মাণ্ডলিক প্ৰবন্ধকৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই সংবাদ মেলত লামডিং ডিভিজন মাণ্ডলিক প্ৰবন্ধক গৰাকীৰ লগতে লামডিং মণ্ডলৰ জ্যেষ্ঠ বাণিজ্যিক শাখাৰ প্ৰবন্ধক জ্যেষ্ঠ
স্মৃতিগ্ৰন্থ হ’ল সমাজৰ একোটা সময় মূল্যবান দলিল স্বৰূপ নিউজ ব্যুৰ’,নগাঁও,২৮আগষ্ট:–নগাঁৱৰ আমোলাপট্টিৰ বিশিষ্ট শিক্ষাবিদ তথা সমাজকৰ্মী যুক্তিনাথ খাউণ্ডৰ প্ৰথম বাৰ্ষিক মৃত্যুতিথি উপলক্ষে মংগলবাৰে স্মৃতিচাৰণ আৰু গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয় ৷ এই উপলক্ষে আমোলাপট্টি নাট্যমন্দিৰ প্ৰাংগণত তেওঁৰ পৰিয়ালৰ সহযোগত পোনা খাউণ্ড গোস্বামীৰ দ্বাৰা প্ৰকাশিত আৰু বেবেজীয়াৰ সাংবাদিক কল্যাণ কুমাৰ বৰাই সম্পাদনা