Month: August 2024

কলিয়াবৰৰ জখলাবন্ধাত মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ আটছাৰ

কলিয়াবৰৰ জখলাবন্ধাত মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ আটছাৰ

কলিয়াবৰৰ জখলাবন্ধাৰ মাজমজিয়াত বৃহস্পতিবাৰে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কলিয়াবৰ সমিতিয়ে মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি পৰিৱেশ উত্তাল কৰি তোলে ৷ লগতে মুখ্যমন্ত্ৰীক কঠোৰ সকীয়নি প্ৰদান কৰে কলিয়াবৰ আটছাৰ কৰ্মকৰ্তা সকলে। উল্লেখযোগ্য যে, বুধবাৰে আৰক্ষীৰ লগত আটচাৰ বাকবিতণ্ডাৰ সৃষ্টি হোৱাৰ লগতে আৰক্ষীয়ে আটচাৰ কেইবাগৰাকী নেতাক প্ৰহাৰ কৰিছিল হাতীখুলী চাহ বাগিচাৰ ৰঙাজানত।

২০২৫ৰ বিটিচি পৰিষদীয় নিৰ্বাচনত আৰু ২০২৬ ৰ বিধান নিৰ্বাচনত বিপিএফকে ৰাইজে ভোট দান কৰিব বুলি দাবী বিধায়ক ৰবিৰাম নাৰ্জাৰীৰ

২০২৫ৰ বিটিচি পৰিষদীয় নিৰ্বাচনত আৰু ২০২৬ ৰ বিধান নিৰ্বাচনত বিপিএফকে ৰাইজে ভোট দান কৰিব বুলি দাবী বিধায়ক ৰবিৰাম নাৰ্জাৰীৰ

২০২৪ লোকসভা নিৰ্বাচনত বিপিএফ দলৰ প্ৰাৰ্থী খাম্পা বৰগয়াৰীয়ে পৰাজয় বৰন কৰাৰ পিছত আজি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিপিএফৰ বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে । বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে কয় যে লোক সভা নিৰ্বাচনত ৰাইজে নৰেন্দ্ৰ মোদীক ভোট দিছে কিন্তু ২০২৫ ৰ বিটিচি পৰিষদীয় নিৰ্বাচনত আৰু ২০২৬ বিধান সভা নিৰ্বাচনত বিপিএফ দলকে ভোট প্ৰদান কৰিব

বিজেপিক শোষণকাৰী আখ্যা দি আঞ্চলিক দল অভিমুখে ৰাজেন গোহাঁই

বিজেপিক শোষণকাৰী আখ্যা দি আঞ্চলিক দল অভিমুখে ৰাজেন গোহাঁই

অচিৰে দল ত্যাগৰ তৎপৰতা আৰম্ভ কৰিছে বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি তথা প্রাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁয়ে। বিজেপিৰ ৰাষ্ট্ৰীয় ৰাজনীতি এৰি গোহাঁয়ে আদৰি ল’ব বিচাৰিছে আঞ্চলিক ৰাজনীতিক। গোহাঁয়ে তাৰেই ইংগিত দিলে ‘দৈনিক অগ্রদূত’ক। অৱশ্যে কোনটো আঞ্চলিক দলৰ মজিয়াৰ পৰা তেওঁ আগন্তুক দিনত নতুন ৰাজনৈতিক ইনিংছ আৰম্ভ কৰিব সেই তথ্য সদৰী কৰাৰ

ভূমিস্খলনে ‘প্রেতপুৰী’ত পৰিণত কৰিলে সৰ্বদা প্ৰাণৱন্ত নগৰ-জংচনক

ভূমিস্খলনে ‘প্রেতপুৰী’ত পৰিণত কৰিলে সৰ্বদা প্ৰাণৱন্ত নগৰ-জংচনক

ভয়াৱহ ভূমিস্খলনে একপ্ৰকাৰ প্ৰেতপুৰীলৈ পর্যবসিত কৰিলে কেৰালাৰ ৱায়নাড় জিলাৰ বিস্তীর্ণ অঞ্চলক। ভূমিস্খলনৰ ফলত জিলাখনৰ বিভিন্ন স্থানত অসংখ্য ঘৰ-দুৱাৰ, অট্টালিকা তথা গাড়ী- মটৰ চুৰমাৰ হয়। ভূমিস্খলনত সর্বাধিক বিধ্বস্ত হোৱা মুণ্ডাক্কাই জংচন আৰু ইয়াৰ নিকটৱৰ্তী চুৰালমালা নগৰত চৌদিশে কেবল ধ্বংসস্তুপ দেখা গৈছে। পাহাৰৰ পৰা খহি পৰা প্ৰকাণ্ডবহু শিলে চুড়মাৰ কৰে বহু বৃহৎ

সাত মাহে ফলাফল নাই গুৱাহাটী বিশ্ববিঃৰ স্নাতক ষান্মাসিকৰ পৰীক্ষাৰ

সাত মাহে ফলাফল নাই গুৱাহাটী বিশ্ববিঃৰ স্নাতক ষান্মাসিকৰ পৰীক্ষাৰ

কেবল শুনি ভাল লগা ঘোষণাৰে ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ হাস্যকৰ চেষ্টা চলিছে। বাস্তৱ সমস্যাবোৰক ঢাকি ৰাখি চলোৱা এই ধৰণৰ তৎপৰতাৰ পৰিণতিতে আজিলৈকে গুৱাহাটী বিশ্ববিদ্যালয়ে স্নাতক দ্বিতীয় ষান্মাসিকৰ কথা বাদেই প্রথম ষান্মাসিকৰে ফলাফল ঘোষণা কৰিব পৰা নাই। বিশ্ববিদ্যালয়ৰ শীৰ্ষ সূত্ৰই সদৰী কৰা অনুসৰি উচ্চ শিক্ষানুষ্ঠান খনৰ ওপৰত নতুন নতুন দায়িত্ব জাপি