ৰাষ্ট্ৰীয় পৰ্যায়ত সোণৰ পদক লাভ আমোলাপট্টিৰ কৃষ্টি কন্যাৰ…

0 min read
  • ৩৫তম বিদ্যা ভাৰতী অখিল ভাৰতীয় যোগাসন প্ৰতিযোগিতাত পদৰ লাভ কৃষ্টি কন্যা গোস্বামীৰ
  • এটা সোণৰ আৰু এটা ৰূপৰ পদক লাভ ছাত্ৰীগৰাকীৰ
  • শংকৰদেৱ শিশু নিকেতন, আমোলাপট্টিৰ ছাত্ৰী কৃষ্টি কন্যা গোস্বামী
  • উত্তৰ প্ৰদেশৰ গাজিয়াবাদত অনুষ্ঠিত হৈছিল প্ৰতিযোগিতাখন

You May Also Like

More From Author