পুৱাই কামাখ্যা মন্দিৰ দৰ্শন কৰিলে জনপ্ৰিয় অভিনেত্ৰী তামান্না ভাটিয়াই, চাওক ফটো

1 min read

বৃহস্পতিবাৰে মাতৃৰ সৈতে গুৱাহাটীত উপস্থিত হৈছিল ‘বাহুবলী’ৰ অভিনেত্ৰীগৰাকী।

পুৱাই মা কামাখ্যাৰ মন্দিৰ দৰ্শন কৰিলে জনপ্ৰিয় অভিনেত্ৰী তামান্না ভাটিয়াই।

কামাখ্যা ধামত উপস্থিত হৈ মা কামাখ্যাৰ আশিস ল’লে অভিনেত্ৰীগৰাকীয়ে।

বৃহস্পতিবাৰে মাতৃৰ সৈতে গুৱাহাটীত উপস্থিত হৈছিল ‘বাহুবলী’ৰ অভিনেত্ৰীগৰাকী।

EDৰ জেৰাৰ সন্মুখীন হৈছিল অভিনেত্ৰীগৰাকী। মহাদেৱ বেটিং এপৰ প্ৰচাৰ চলাইছিল তামান্নাই।

নিশাটো গুৱাহাটীৰ হোটেল ৰেডিছন ব্লুত কটাই পুৱাই কামাখ্যা মন্দিৰ দৰ্শন কৰে তামান্নাই।

You May Also Like

More From Author