অনিৰ্দিষ্টকাললৈ স্থগিত কটন বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক পদৰ পুনৰ ভোট গণনা

0 min read

🔷 ন্যায়ালয়ৰ পৰামৰ্শলৈ অপেক্ষা বিশ্ববিদ্যালয় কৰ্তৃপক্ষ‌ৰ, সিদ্ধান্ত নোহোৱাপৰ্যন্ত স্থগিত শপত গ্ৰহণ

🔷 ভোটগণনাৰ ক্ষেত্ৰত কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষ‌ই বিচাৰিছে ন্যায়ালয়ৰ পৰামৰ্শ

🔷 এটা ভোটত পৰাজিত হোৱাত কুলদীপ গৌতম শৰ্মাৰ সমৰ্থকে বিচাৰিছিল পুনৰ ভোট গণনা

🔷 এটা ভোটত জয়ী হোৱা নীৰৱ হাজৰিকাৰ সমৰ্থকে বিৰোধিতা কৰিছিল পুনৰ ভোট গণনাৰ

You May Also Like

More From Author