Month: November 2024

বটদ্ৰৱা আৰক্ষীৰ বৃহৎ সাফল্য নিশা অভিযান চলাই বটদ্ৰৱা নিকটৱৰ্তী চলাপথাৰৰ পৰা আটক কৰে ১০জন জুৱাৰীক

বটদ্ৰৱা আৰক্ষীৰ বৃহৎ সাফল্য নিশা অভিযান চলাই বটদ্ৰৱা নিকটৱৰ্তী চলাপথাৰৰ পৰা আটক কৰে ১০জন জুৱাৰীক

বটদ্ৰৱা আৰক্ষীৰ বৃহৎ সাফল্য নিশা অভিযান চলাই বটদ্ৰৱা নিকটৱৰ্তী চলাপথাৰৰ পৰা আটক কৰে ১০জন জুৱাৰীক। জানিব পৰা মতে:যোৱা ৰাতি বটদ্ৰৱা আৰক্ষী এক গোপন সূত্ৰৰ পম খেদি বটদ্ৰৱাৰ নিকটৱৰ্তী চলাপথাৰৰ পৰা ১০জন জুৱাৰীক জুৱা খেলি থকা অৱস্থাত আটক কৰিবলৈ সক্ষম হয়। বটদ্ৰৱা আৰক্ষী থানাৰ ভাৰপ্ৰপ্ত বিষয়া বিৰেণ কলিতাৰ নেতৃত্বত চলিছিল এই

বিশ্বনাথৰ ছেলাইখাতি বনগাওঁত চাইনিং গ্ৰীণ আচিয়ানা ৱেলফেয়াৰ ফাউণ্ডেচনৰ বস্ত্ৰ বিতৰণ

বিশ্বনাথৰ ছেলাইখাতি বনগাওঁত চাইনিং গ্ৰীণ আচিয়ানা ৱেলফেয়াৰ ফাউণ্ডেচনৰ বস্ত্ৰ বিতৰণ

মানৱ সেৱাই পৰম ধৰ্ম , এই বাক্যফাকিকে সৰোগত কৰি চাইনিং গ্ৰীণ আচিয়ানা ৱেলফেয়াৰ ফাউণ্ডেচনে বিভিন্ন সময়ত বিতৰণ কৰি আহিছে বস্ত্ৰ ৷ এইবাৰো বিশ্বনাথ জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তীৰ চেলাইখাতি বনগাওঁত চাইনিং গ্ৰীণ আচিয়ানা ৱেলফেয়াৰ ফাউণ্ডেচনৰ সঞ্চালক ড°কিশোৰ হাজৰিকা সঞ্চালিকা স্নিগ্ধাজ্যোতি গোস্বামী হাজৰিকাই ৰাইজৰ মাজত বিতৰণ কৰে কম্বল ৷ তেওঁলোকৰ পুত্ৰ ৰিতম

খানাপাৰাৰ ভয়ংকৰ দুৰ্ঘটনাত নিহত দুই যুৱক-যুৱতী; যুৱতীগৰাকী কোকৰাঝাৰৰ নেহা বসুমতাৰী

খানাপাৰাৰ ভয়ংকৰ দুৰ্ঘটনাত নিহত দুই যুৱক-যুৱতী; যুৱতীগৰাকী কোকৰাঝাৰৰ নেহা বসুমতাৰী

দুৰ্ঘটনাত আহত যুৱতীগৰাকীৰ নাম নেহা বসুমতাৰী। মৃত্যু হোৱা কনামিকাৰ বয়স ১৯ বছৰ আৰু দীপিত দে’ৰ নাম ২২ খানাপাৰাত শিহৰণকাৰী দুৰ্ঘটনাত নিহত দুই যুৱক-যুৱতীৰ পৰিচয় উদ্ধাৰ হৈছে। নিহত যুৱতীগৰাকীৰ নাম কনামিকা নাৰ্জাৰী। কনামিকাৰ ঘৰ কোকৰাঝাৰৰ ঝাড়াগুৰিত। নিহত যুৱকজনৰ নাম দীপিত দে’। তেওঁৰ ঘৰ খ্ৰীষ্টানবস্তিৰ শ্ৰীনগৰত। নিহত কনামিকাই গুৱাহাটীত কোচিং কৰি আছিল