Year: 2024

ইৰাকত নবছৰ বয়সতে কন্যা সন্তানৰ বিবাহৰ আইন প্ৰৱৰ্তনৰ প্ৰস্তাৱ!

ইৰাকত নবছৰ বয়সতে কন্যা সন্তানৰ বিবাহৰ আইন প্ৰৱৰ্তনৰ প্ৰস্তাৱ!

ইৰাক চৰকাৰে দেশখনত কন্যা সন্তানৰ বিবাহৰ ন্যূনতম বয়স নবছৰলৈ হ্রাস কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে। চৰমপন্থী শিয়া সমর্থিত দলৰ হেঁচাত ইৰাকৰ চৰকাৰে ব্যক্তিগত আইনৰ একাধিক সংশোধনৰ উদ্যোগ গ্রহণ কৰিছে। এনে সংশোধনী প্রস্তাৱ ইতিমধ্যে দেশখনৰ সংসদত দাখিল কৰা হৈছে। অন্যান্য সংশোধনৰ প্ৰস্তাৱৰ লগতে কন্যা সন্তানৰ বিবাহৰ ন্যূনতম বয়স হ্ৰাসৰ প্ৰস্তাৱো আগবঢ়োৱা হৈছে।

আজি এই ৰাশিৰ ভাল হ’ব আৰ্থিক উপাৰ্জন, বৃদ্ধি পাব ঘৰৰ সুখ-সমৃদ্ধি…..

আজি এই ৰাশিৰ ভাল হ’ব আৰ্থিক উপাৰ্জন, বৃদ্ধি পাব ঘৰৰ সুখ-সমৃদ্ধি…..

আজি ১৪ নৱেম্বৰ বৃহস্পতিবাৰ কন্যা ৰাশিৰ লোকৰ বাবে ধন উপাৰ্জনৰ দিন। আজি আপুনি ধন উপাৰ্জনৰ বহু উপায় বিচাৰি পাব। আজি আপোনাৰ প্ৰেম জীৱনত ৰোমাঞ্চৰ সৃষ্টি হ’ব। কুম্ভ ৰাশিৰ লোকৰ দিনটো সুখৰ হ’ব। আপোনাৰ ঘৰত সুখ আৰু সমৃদ্ধি বৃদ্ধি পাব। চাওক আজিৰ ৰাশিফল। মেষ ৰাশিঃ গণেশজীয়ে কৈছে যে আপুনি আপোনাৰ কামত

ধুবুৰীৰ গৌৰীপুৰৰ ডুমৰদহত যাত্ৰীবাহী বাছ আৰু ই-ৰিক্সাৰ মুখামুখি সংঘৰ্ষ…

ধুবুৰীৰ গৌৰীপুৰৰ ডুমৰদহত যাত্ৰীবাহী বাছ আৰু ই-ৰিক্সাৰ মুখামুখি সংঘৰ্ষ…

ধুবুৰীৰ দুমাৰদাহত উত্তপ্ত পৰিস্থিতি। দুৰ্ঘটনাত ছাত্ৰৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তেজনা। ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ ক্ষোভিত ৰাইজৰ। ধুবুৰীৰ দুমাৰদাহত পুৱা প্ৰায় ৮.৩০ বজাত সংঘটিত হৈছিল ভয়ংকৰ পথ দুৰ্ঘটনা। যাত্ৰীবাহী বাছ আৰু ই-ৰিক্সাৰ মাজত মুখামুখি সংঘৰ্ষত থিতাতে মৃত্যু হৈছিল এজন স্কুলীয়া ছাত্ৰৰ। মৃত ছাত্ৰজনৰ নাম যতীন ৰায়। মহেশ চন্দ্ৰ একাডেমী হাইস্কুলৰ ছাত্ৰ আছিল

গুৱাহাটীৰ শ্ৰীমন্তপুৰত বুধবাৰে চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান!

গুৱাহাটীৰ শ্ৰীমন্তপুৰত বুধবাৰে চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান!

বেদখলকাৰীসকল হুচিয়াৰ! চৰকাৰী মাটি দখল কৰা মানেই বিপদ অনিবাৰ্য। কিয়নো, চৰকাৰী ভূমি দখল কৰিলেই বেদখলকাৰীৰ বাসগৃহত যিকোনো মুহূৰ্তত চলিব পাৰে উচ্ছেদ অভিযান। ঠিক তেনে এক অভিযান বুধবাৰে পৰিলক্ষিত হ’ল গুৱাহাটীৰ মাজমজিয়াত। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰেই গুৱাহাটী মহানগৰীতো বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে প্ৰশাসন। বুধবাৰে এফালে ৰাজ্যৰ ৫সমষ্টিত অনুষ্ঠিত হ’ল ভোটগ্ৰহণ।

আইন মহাবিদ্যালয়ৰ ছাত্ৰীৰ আত্মহত্যা: ৰহস্যৰ গোন্ধ পাইছে পৰিয়ালে

আইন মহাবিদ্যালয়ৰ ছাত্ৰীৰ আত্মহত্যা: ৰহস্যৰ গোন্ধ পাইছে পৰিয়ালে

যোৰহাট আইন মহাবিদ্যালয়ৰ পঞ্চম ষন্মাসিকৰ এগৰাকী ছাত্ৰীয়ে জিলাখনৰ এটা ব্যক্তিগত হোষ্টেলত আত্মহত্যা কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলত । দেৰগাঁও ৰজাবাহাৰৰ আইনৰ পঞ্চম ষন্মাসিকৰ ছাত্ৰীগৰাকীয়ে আত্মহত্যাৰ পূৰ্বে লিখি থৈ যায় এক দীঘলীয়া টোকা । য’ত এজন যুৱকৰ সৈতে থকা দীঘলীয়া প্ৰেম আৰু পৰৱৰ্তী সময়ত হোৱা সংঘাতৰ কথা উল্লেখ