Year: 2024

ইৰাকত নবছৰ বয়সতে কন্যা সন্তানৰ বিবাহৰ আইন প্ৰৱৰ্তনৰ প্ৰস্তাৱ!

ইৰাকত নবছৰ বয়সতে কন্যা সন্তানৰ বিবাহৰ আইন প্ৰৱৰ্তনৰ প্ৰস্তাৱ!

ইৰাক চৰকাৰে দেশখনত কন্যা সন্তানৰ বিবাহৰ ন্যূনতম বয়স নবছৰলৈ হ্রাস কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে। চৰমপন্থী শিয়া সমর্থিত দলৰ হেঁচাত ইৰাকৰ চৰকাৰে ব্যক্তিগত আইনৰ একাধিক সংশোধনৰ উদ্যোগ গ্রহণ কৰিছে। এনে সংশোধনী

আজি এই ৰাশিৰ ভাল হ’ব আৰ্থিক উপাৰ্জন, বৃদ্ধি পাব ঘৰৰ সুখ-সমৃদ্ধি…..

আজি এই ৰাশিৰ ভাল হ’ব আৰ্থিক উপাৰ্জন, বৃদ্ধি পাব ঘৰৰ সুখ-সমৃদ্ধি…..

আজি ১৪ নৱেম্বৰ বৃহস্পতিবাৰ কন্যা ৰাশিৰ লোকৰ বাবে ধন উপাৰ্জনৰ দিন। আজি আপুনি ধন উপাৰ্জনৰ বহু উপায় বিচাৰি পাব। আজি আপোনাৰ প্ৰেম জীৱনত ৰোমাঞ্চৰ সৃষ্টি হ’ব। কুম্ভ ৰাশিৰ লোকৰ দিনটো

ধুবুৰীৰ গৌৰীপুৰৰ ডুমৰদহত যাত্ৰীবাহী বাছ আৰু ই-ৰিক্সাৰ মুখামুখি সংঘৰ্ষ…

ধুবুৰীৰ গৌৰীপুৰৰ ডুমৰদহত যাত্ৰীবাহী বাছ আৰু ই-ৰিক্সাৰ মুখামুখি সংঘৰ্ষ…

ধুবুৰীৰ দুমাৰদাহত উত্তপ্ত পৰিস্থিতি। দুৰ্ঘটনাত ছাত্ৰৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তেজনা। ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ ক্ষোভিত ৰাইজৰ। ধুবুৰীৰ দুমাৰদাহত পুৱা প্ৰায় ৮.৩০ বজাত সংঘটিত হৈছিল ভয়ংকৰ পথ দুৰ্ঘটনা। যাত্ৰীবাহী বাছ আৰু ই-ৰিক্সাৰ

গুৱাহাটীৰ শ্ৰীমন্তপুৰত বুধবাৰে চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান!

গুৱাহাটীৰ শ্ৰীমন্তপুৰত বুধবাৰে চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান!

বেদখলকাৰীসকল হুচিয়াৰ! চৰকাৰী মাটি দখল কৰা মানেই বিপদ অনিবাৰ্য। কিয়নো, চৰকাৰী ভূমি দখল কৰিলেই বেদখলকাৰীৰ বাসগৃহত যিকোনো মুহূৰ্তত চলিব পাৰে উচ্ছেদ অভিযান। ঠিক তেনে এক অভিযান বুধবাৰে পৰিলক্ষিত হ’ল গুৱাহাটীৰ

আইন মহাবিদ্যালয়ৰ ছাত্ৰীৰ আত্মহত্যা: ৰহস্যৰ গোন্ধ পাইছে পৰিয়ালে

আইন মহাবিদ্যালয়ৰ ছাত্ৰীৰ আত্মহত্যা: ৰহস্যৰ গোন্ধ পাইছে পৰিয়ালে

যোৰহাট আইন মহাবিদ্যালয়ৰ পঞ্চম ষন্মাসিকৰ এগৰাকী ছাত্ৰীয়ে জিলাখনৰ এটা ব্যক্তিগত হোষ্টেলত আত্মহত্যা কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলত । দেৰগাঁও ৰজাবাহাৰৰ আইনৰ পঞ্চম ষন্মাসিকৰ ছাত্ৰীগৰাকীয়ে আত্মহত্যাৰ পূৰ্বে লিখি