Advertisement

Year: 2024

কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলীৰ বিৰুদ্ধে খড়্গগ্ৰস্ত ৰকিবুল হুছেইন

কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলীৰ বিৰুদ্ধে খড়্গগ্ৰস্ত ৰকিবুল হুছেইন

কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলীয়ে শেহতীয়াকৈ ধুবুৰীৰ এআই ইউডিএফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা বাবে খড়্গগ্ৰস্ত হৈ পৰিছে ৰকিবুল হুছেইন । ধুবুৰীৰ কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীয়ে শ্বেৰমান আলীৰ বিধায়ক

মণিপুৰত PREPAK সংগঠনৰ দুজন উগ্ৰপন্থী গ্ৰেপ্তাৰ..

মণিপুৰত PREPAK সংগঠনৰ দুজন উগ্ৰপন্থী গ্ৰেপ্তাৰ..

মণিপুৰত নিৰাপত্তা বাহিনীৰ উগ্ৰপন্থী বিৰোধী অভিযান। দুটা পৃথক অভিযানত ইম্ফল পূব জিলাৰ লাইৰিকেংবাম লেইকাই আৰু খুৰাই চৈথাবি লেইৰাক এলেকাৰ পৰা দুজন উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ধৃত উগ্ৰপন্থী দুজন নিষিদ্ধ PREPAK

দক্ষিণ চীনত ৰাস্তা খহি ৩০ৰো অধিক লোক নিহত…

দক্ষিণ চীনত ৰাস্তা খহি ৩০ৰো অধিক লোক নিহত…

চীনত সংঘটিত প্ৰাকৃতিক দুৰ্যোগৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। দেশখনৰ দক্ষিণ প্ৰান্তৰ মানঝৌ চহৰৰ এটি গুৰুত্বপূৰ্ণ পথ বুধবাৰে পুৱতি নিশা অকাস্মাতে খহি পৰে। ফলত পথছোৱাৰ ওপৰতে থকা ভালেসংখ্যক বাহন বাগৰি পৰে।

কচুৱাত মোবাইল চোৰ আটক…

কচুৱাত মোবাইল চোৰ আটক…

নগাঁও জিলাৰ কচুৱা আৰক্ষীয়ে বৃহস্পতিবাৰে দুটা মোবাইল চোৰক আটক কৰে। এ এছ আই লক্ষ্যজ্যোতি গগৈৰ নেতৃত্বত কচুৱাৰ ২নং ফাকলি আৰু জুৰিৰপাৰৰ পৰা অভিযান চলাই আটক কৰে চোৰ দুটাক। আটকাধীন চোৰ

Breaking: HSৰ ৰিজাল্ট ৪মে’ত বুলি মোবাইলে মোবাইলে বিয়পিছে ভুৱা জাননী…

Breaking: HSৰ ৰিজাল্ট ৪মে’ত বুলি মোবাইলে মোবাইলে বিয়পিছে ভুৱা জাননী…

 ২০২৪বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল কেতিয়া ঘোষণা হ’ব? তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ আগে-পিছে এই পৰীক্ষাৰ ফলাফল ঘোষণা হব বুলি চৰ্চা চলি থকাৰ সময়তে সামাজিক মাধ্যমত ভাইৰেল হৈছে এখন বিশেষ জাননী।