সমগ্র অসমত ৩ নৱেম্বৰৰ পৰা ৯ নৱেম্বৰলৈ চলি আছে ভাষা গৌৰৱ সপ্তাহ। অসমীয়া ভাষাক দ্ৰৌপদী ভাষাৰ স্বীকৃতি প্ৰদান কৰাত ৰাজ্যজুৰি চলিছে এই ভাষা গৌৰৱ সপ্তাহ। আজি মৰিগাঁও জিলাৰ আয়ুক্তৰ উপস্থিতিত মৈৰাবাৰী মহাবিদ্যালয়ৰ পৰা মৈৰাবাৰী বজাৰহৈ মৈৰাবাৰী ৰাষ্ট্ৰভাষা হিন্দী স্কুললৈ এক বিশাল শোভাযাত্ৰা উলিওৱা হয়। এই শোভাযাত্ৰাত মৈৰাবাৰী অঞ্চলৰ প্ৰত্যেকখন শৈক্ষিক
Year: 2024
ধিং পৌৰ সভাৰ উদ্যোগত আৰু ধিং বজাৰ ব্যৱসায় সমিতিৰ সহযোগত ধিং বজাৰৰ মাজ মজিয়াত এখন স্বচ্চতা ওপৰত সজাগতা সভা অনুষ্ঠিত হয় ।সভাত ধিং পৌৰ সভাৰ কাৰ্যবাহী বিষয়া চোনচিতা লাংথাচা উপস্হিত থাকি কয় যে ধিং এখন উন্নত ঠাই আৰু ই ব্যৱসায় স্হলী গতিকে বজাৰ খন পৰিস্কাৰ পৰিছন্নকৈ অতি প্রয়োজন লগত সভাত
বুলড’জাৰৰ বিৰুদ্ধে পুনৰ এবাৰ কঠোৰ হৈছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়। চৰকাৰৰ বুলড’জাৰ এক্সনক লৈ ক্ষুব্ধ হৈ উচ্চতম ন্যায়ালয়ে ক্ষতিগ্ৰস্ত লোকসকলক ২৫ লাখকৈ ক্ষতিপূৰণ প্ৰদান কৰাৰ নিৰ্দেশ জাৰি কৰে। এই ঘটনা উত্তৰ প্ৰদেশৰ মহাৰাজগঞ্জ জিলাৰ, য’ত পথ বহল কৰা প্ৰকল্পৰ বাবে বুলডজাৰ ব্যৱহাৰ কৰি ঘৰ ভাঙি পেলোৱা হৈছিল। এই গোচৰত স্বতঃস্ফূৰ্তভাৱে উচ্চতম
আহোম জনগোষ্ঠীক জনজাতিকৰণৰ বিষয়টোক চৰকাৰে কোনো গুৰুত্ব আৰোপ নকৰাত ক্ষোভিত হৈ পৰিছে আটাছু ৷ আহোম জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত এলানি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰে আটাছুৰ সভাপতি বসন্ত গগৈয়ে ৷ বৃহস্পতিবাৰে মহানগৰীৰ গণেশগুৰিস্থ দিছপুৰ প্ৰেছ ক্লাবত আয়োজন কৰা এক সংবাদমেলত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে আটাছুৰ নেতৃবৰ্গ ৷ দীৰ্ঘদিন
ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিৰ বাবে সমাগত উপ-নির্বাচনৰ প্ৰচাৰ অভিযান অব্যাহত ৰাখি মুখ্যমন্ত্রী ড:হিমন্ত বিশ্ব শর্মাই বৃহস্পতিবাৰে বঙাইগাঁও আৰু চিদলী সমষ্টিত একোখনকৈ বিশাল জনসভাৰে ব্যাপক প্ৰচাৰ চলায়। বঙাইগাঁও সমষ্টিত বিজেপি নেতৃত্বাধীন মিত্রজোঁটব প্রার্থী দিপ্তীময়ী চৌধুৰী আৰু চিদলী সমষ্টিত মিত্ৰ দলৰ প্রার্থী নিৰ্মল কুমাৰ ব্ৰহ্মৰ সমর্থনত আয়োজিত এই জনসভালৈ ব্যাপক উপস্থিতিৰে জনসাধাৰণে