Year: 2024

শীতত ফটা ভৰিৰ সমস্যাৰ পৰা কেনেকৈ ৰক্ষা পৰিব ? জানিবলৈ পঢ়ক

শীতত ফটা ভৰিৰ সমস্যাৰ পৰা কেনেকৈ ৰক্ষা পৰিব ? জানিবলৈ পঢ়ক

শীত অহাৰ লগে লগেই প্ৰায় মানুহৰ ভৰি ফটা সমস্য়া আৰম্ভ হয় । এনেসময়ত বহুতেই ঘৰতে পেডিকিউৰ কৰে যদিও চাবোন ব্যৱহাৰ কৰিব নোৱাৰে । কাৰণ ভৰিৰ ছাল শুকাই যোৱাৰ লগে লগে চাবোন ব্যৱহাৰ কৰিব নোৱাৰি । চাবোন ব্যৱহাৰ কৰিলে ছাল অধিক শুকাই যোৱাৰ সম্ভাৱনা থাকে । সেইয়েহে ভৰিৰ ছাল পৰিষ্কাৰ কৰি

গৰ্ভাৱস্থাত দেখা দিয়া বিভিন্ন সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব ? জানিবলৈ পঢ়ক

গৰ্ভাৱস্থাত দেখা দিয়া বিভিন্ন সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব ? জানিবলৈ পঢ়ক

গৰ্ভৱতী সময়ত এগৰাকী মহিলাৰ বিভিন্ন শাৰীৰিক-মানসিক পৰিৱৰ্তন আহে । যেনেকৈ গৰ্ভাৱস্থতাত এগৰাকী মহিলাৰ ওজন বাঢ়ে ,তেনেকৈ কিছুমান মহিলাৰ চুলি সৰা বা ছালত ক’লা দাগ পৰা ,ষ্ট্ৰেছ মাৰ্ক পৰা দেখা যায় । বিশেষজ্ঞৰ মতে এই সময়ত মহিলা গৰাকীৰ হোৱা এনেবোৰ সমস্যা স্থায়ী নহয় । প্ৰসৱৰ পিছত এই সমস্যাবোৰ আপোনা-আপুনি কমি আহে

ইউৰিক এচিডৰ বাবে খোজকঢ়াত সমস্যা ?

ইউৰিক এচিডৰ বাবে খোজকঢ়াত সমস্যা ?

অনিয়ন্ত্রিত জীৱনযাপন আৰু অত্যধিক প্র’টিনযুক্ত খাদ্য গ্ৰহণৰ ফলচ তেজত ইউৰিক এচিডৰ মাত্রা বাঢ়ি যায় । অধিকাংশ চিকিৎসকৰ মতে, যিসকলে নিয়মিত মাছ-মাংস খায়, তেওঁলোকৰ ইউৰিক এচিড বঢ়াৰ শংকা অধিক । অত্যধিক মদ্যপানো ইউৰিক এচিডৰ কাৰণ হ’ব পাৰে । ইউৰিক এচিড আঠু আৰু বিভিন্ন অস্থিসন্ধিত জমা হয় । ইয়াৰ ফলত আঠু ফুলি

ভাতৰ মাৰৰ আশ্চৰ্যজনক উপকাৰিতাৰ বিষয়ে আপুনি জ্ঞাতনে ?

ভাতৰ মাৰৰ আশ্চৰ্যজনক উপকাৰিতাৰ বিষয়ে আপুনি জ্ঞাতনে ?

পিতৃ-মাতৃসকল শিশুৰ স্বাস্থ্যৰ প্ৰতি খুবেই সচেতন, যিটো একেবাৰে স্বাভাৱিক।শিশুৰ খাদ্য আৰু পানীয়ৰ প্ৰতি অভিভাৱকসকলে সদায়েই বিশেষ মনোযোগ দিয়া উচিত।বিশেষকৈ যেতিয়া আপোনাৰ শিশুটি ৬ মাহতকৈ সৰু হয়। তেওঁলোকক সদায়ে পুষ্টিসমৃদ্ধ আহাৰ প্ৰদান কৰিব লাগে।ইয়াৰ বাবে সকলোয়ে শিশুৰ আহাৰৰ তালিকাত মগু দাইল, খিচিৰি, চুজি আদি অন্তৰ্ভূক্ত কৰে। কিন্তু আন এবিধ এনে খাদ্য

খোৱাত সচেতন নোহোৱাৰ বাবেই বৃদ্ধি হৈছে উশাহ-নিশাহৰ সমস্যা

খোৱাত সচেতন নোহোৱাৰ বাবেই বৃদ্ধি হৈছে উশাহ-নিশাহৰ সমস্যা

হাঁওফাঁওক শৰীৰৰ এক অন্যতম মুখ্য অংশ বুলি গণ্য কৰা হয়। স্বাস্থ্যৱান হাঁওফাঁওৱে আমাক হাপানি, নিউমোনিয়া আদিৰ দৰে বহুতো ৰোগৰ আশংকাৰ পৰা সুৰক্ষিত কৰে। আজিকালি পৰিৱৰ্তনশীল জীৱনশৈলী আৰু অস্বাস্থ্যকৰ খাদ্যৰ বাবে মানুহৰ হাঁওফাঁও দুৰ্বল হৈ পৰিছে। যাৰ ফলত উশাহ-নিশাহত যথেষ্ট সমস্যাৰ সৃষ্টি হয়। এনে পৰিস্থিতিত হাঁওফাঁও স্বাস্থ্যৱান ৰাখিবলৈ আপুনি আপোনাৰ আহাৰত