Year: 2024

থাইৰয়ডৰত আক্ৰান্ত নহয়টো ? ভৰিৰ কোন কেইটা উপসৰ্গ দেখিলে হ’ব সাৱধান …

থাইৰয়ডৰত আক্ৰান্ত নহয়টো ? ভৰিৰ কোন কেইটা উপসৰ্গ দেখিলে হ’ব সাৱধান …

বিশ্বব্যাপী কমেও ১২ শতাংশ লোক থাইৰয়ডৰ সমস্যাত ভুগি আছে। পৰিয়াল আৰু পৰিচিত সকলৰ বহুতেই এই সমস্যাৰ স’তে যুঁজি থকা দেখা যায় । যদিও মহিলাৰ ক্ষেত্ৰত থাইৰয়ডৰ সমস্যা অধিক সচৰাচৰ হয়, কিন্তু শেহতীয়াকৈ বহু পুৰুষো বিভিন্ন ধৰণে এনে সমস্যাত ভুগিছে। সাধাৰণতে, বয়স হোৱাৰ লগে লগে এনে ধৰণৰ দীৰ্ঘম্যাদী সমস্যা হয়। শৰীৰৰ

ডায়েবেটিচৰ লক্ষণ মহিলা আৰু পুৰুষ ভেদে বেলেগ বেলেগ , জনিছে গৱেষণাই

ডায়েবেটিচৰ লক্ষণ মহিলা আৰু পুৰুষ ভেদে বেলেগ বেলেগ , জনিছে গৱেষণাই

বহুলোকে ভাবে যে উচ্চ ৰক্তচাপ, ডায়েবেটিচৰ দৰে ৰোগৰ লক্ষণসকলোৰ সকলোৰে বাবে একে। কিন্তু শেহতীয়া গৱেষণাই দেখুৱাইছে যে ৰোগৰ প্ৰকাৰ বা ধৰণ একে হ’লেও, মহিলা বা পুৰুষৰ ক্ষেত্ৰত লক্ষণবোৰ সলনি হ’ব পাৰে। সাধাৰণতে, ডায়েবেটিচৰ ক্ষেত্ৰত, বেছিভাগ ৰোগীৰ বহুমূত্ৰৰ সমস্যা দেখা যায় । ডিঙি শুকাই যোৱা, প্ৰস্ৰাৱ কৰাত সমস্যা । মুঠতে, এইবোৰ

মদ্যপানৰ বাবে ডিমেনচিয়াৰ আশংকা…

মদ্যপানৰ বাবে ডিমেনচিয়াৰ আশংকা…

মস্তিষ্কৰ কোষ শুকাই যোৱাৰ সমস্যা বা ব্রেইন এ ট্রফি হোৱাৰ মূলতেই মদ্যপান। অধিক পৰিমাণে নিতৌ মদ্যপান কৰাৰ ফলত মস্তিষ্কৰ আকৃতি লাহে লাহে সৰু হ’বলৈ ধৰে। সহজ অৰ্থত ক’বলৈ হ’লে শোটোৰা শোটোৰ হৈ পৰে। যেতিয়া মস্তিষ্ক শুকাবলৈ আৰম্ভ কৰে তেতিয়া আকৃতিৰো তাৰতম্য ঘটে। এনে হ’লে বুদ্ধি-বৃত্তিৰো বিকাশত বাধা জন্মে। মস্তিষ্কৰ কোষ

অভিভাৱকসকলে পেলুৰ ঘৰুৱা চিকিৎসাৰ বিষয়ে জানেনে ?

অভিভাৱকসকলে পেলুৰ ঘৰুৱা চিকিৎসাৰ বিষয়ে জানেনে ?

বেয়া জীৱনশৈলী, বিশেষকৈ অত্যাধিক মিঠা খোৱাৰ ফলত শিশুৰ পেটত পেলু হয়। পাকস্থলীত হঠাতে বিষ, ভোক নোহোৱা আৰু বমি হৈছে পেলুৰ মূল লক্ষণ। বিশেষজ্ঞসকলৰ মতে, ৬ মাহতকৈ সৰু শিশুৰ পেলু হোৱাৰ আশংকা অধিক। যদি পাকস্থলীত অধিক পেলু থাকে, তেনেহ’লে ই শিশুৰ স্বাস্থ্যক প্ৰভাৱিত কৰে।সন্তানৰ এই সমস্যাৰ বাবে বহু অভিভাৱক চিকিৎসকৰ কাষ

পৰিৱৰ্তন কৰক জীৱনশৈলী, খাদ্যত দিয়ক বিশেষ গুৰুত্ব

পৰিৱৰ্তন কৰক জীৱনশৈলী, খাদ্যত দিয়ক বিশেষ গুৰুত্ব

ভুল খাদ্যাভ্যাস আৰু অস্বাস্থ্যকৰ জীৱনশৈলীৰ বাবে অধিকাংশ লোকেই আজিকালি হজম সম্পৰ্কীয় সমস্যাত ভোগে। অধিক গধুৰ খাদ্য খোৱাৰ ফলত শৰীৰে ইয়াক হজম কৰাটো কঠিন হৈ পৰে। যাৰ ফলত গেছ, বদহজম, কোষ্ঠকাঠিন্য, ওকালি অহা আদি সমস্যাৰ সৃষ্টি হয়।যদি এই সমস্যাবোৰ সময়মতে সমাধান কৰা নহয়, পৰিস্থিতি অতি গুৰুতৰ হ’ব পাৰে। পেটৰ সকলো ধৰণৰ