Year: 2024

নৱবৰ্ষৰ প্ৰথম দিনটোতে মণিপুৰত পুনৰ হিংসাত্মক ঘটনা…

নৱবৰ্ষৰ প্ৰথম দিনটোতে মণিপুৰত পুনৰ হিংসাত্মক ঘটনা…

নৱবৰ্ষৰ প্ৰথম দিনটোতে মণিপুৰত পুনৰ হিংসাত্মক ঘটনা। ৪ গৰাকীকৈ স্থানীয় লোকক গুলীয়াই হত্যা। থৌবাল জিলাত সংঘটিত হৈছে এই গুলীচালনাৰ ঘটনা। ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যখনৰ ৫ খন জিলাত পুনৰ সান্ধ্য আইন বলৱৎ।

GUCDOE: দূৰ আৰু অনলাইন নামভৰ্তিৰ বাবে আবেদন

GUCDOE: দূৰ আৰু অনলাইন নামভৰ্তিৰ বাবে আবেদন

গুৱাহাটী বিশ্ববিদ্যালয় দূৰ আৰু অনলাইন শিক্ষা কেন্দ্ৰ (GUCDOE)ৰ অধীনত নতুন শৈক্ষিকবৰ্ষৰ বাবে দুবছৰীয়া স্নাতকোত্তৰ ডিগ্ৰীত (ONLINE MODE) নামভৰ্তিৰ বাবে আবেদনৰ প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে। অসমীয়া, ইংৰাজী, ৰাজনীতি বিজ্ঞান আৰু তথ্য-প্ৰযুক্তি বিজ্ঞান- এই চাৰিটা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীৰ নামভৰ্তিৰ প্ৰক্ৰিয়া অহা ৪ জানুৱাৰী ২০২৪ৰ পৰা আৰম্ভ হ’ব বুলি শিক্ষাকেন্দ্ৰৰ সঞ্চালক ড০ দেৱহৰি

নিশা পাৰ্টি, পুুৱা অচেতন অৱস্থাত উদ্ধাৰ আৰু পাছত মৃত্যু IIT ৰ ছাত্ৰীৰ

নিশা পাৰ্টি, পুুৱা অচেতন অৱস্থাত উদ্ধাৰ আৰু পাছত মৃত্যু IIT ৰ ছাত্ৰীৰ

অকালতে প্ৰাণ হেৰুৱালে গুৱাহাটী আইআইটিৰ এগৰাকী ছাত্ৰীয়ে। অত্যাধিক নিচাজাতীয় দ্ৰব্য সেৱন কৰাৰ ফলতেই মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে। মৃত্যু হোৱা যুৱতীগৰাকী তেলেংগানাৰ পুলোৱী অছৈয়। জানিব পৰা মতে ৩১ ডিচেম্বৰৰ নিশা জিএছ ৰোডৰ এখন বাৰত ৩ বন্ধুৰ সৈতে পাৰ্টি কৰিছিল যুৱতীগৰাকীয়ে। তাৰপাছতে গৈছিল পল্টন বজাৰৰ এখন হোটেললৈ। চাৰি বন্ধুয়ে ২ টাকৈ

কেনে যাব আপোনাৰ আজিৰ দিনটো, চাওক ২ জানুৱাৰীৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো, চাওক ২ জানুৱাৰীৰ ৰাশিফল

মেষ ৰাশি : সামাজিক ক্ষেত্ৰত কৰ্মৰত ব্যক্তিসকলৰ এই দিনটো ভালদৰে পাৰ হ’ব, নিজকে প্ৰমাণ কৰাৰ সুযোগ পাব। সমাজত খ্যাতি আৰু প্ৰতিপত্তি বৃদ্ধি পাব। কোনো চৰকাৰী কামৰ বাবে বিশেষ সন্মান পোৱাৰ সম্ভাৱনা প্ৰবল। সন্ধিয়া কিছুমান বিশেষ চুক্তি চূড়ান্ত হ’ব পাৰে, যাৰ দ্বাৰা পিছলৈ লাভ হ’ব। পিতৃ-মাতৃৰ আশীৰ্বাদ লৈ যি কামেই কৰক

অভিনতা দ্বীপজ্যোতি কেউট হেলথ চিটি হাস্পতালত ভৰ্তি

অভিনতা দ্বীপজ্যোতি কেউট হেলথ চিটি হাস্পতালত ভৰ্তি

জনপ্ৰিয় অভিনেতা দ্বীপজ্যোতি কেওঁটগুৰুতৰভাৱে অসুস্থ। হৃদৰোগত আক্ৰান্ত হৈছে অভিনেতাগৰাকী। ‘বেহাৰবাৰী আউট পোষ্ট’ ধাৰাবাহিকত ‘মোহন’ চৰিত্ৰৰে জনপ্ৰিয় হৈ পৰা অভিনেতাগৰাকীক ভৰ্তি কৰোৱা হৈছে হাস্পতালত। জানিব পৰা মতে চিকিৎসকে অভিনেতাগৰাকীক অস্ত্ৰোপচাৰ কৰিছে। হেল্থচিটি হাস্পতালৰ বিশেষজ্ঞ চিকিৎসক ডাঃ মায়ংক আগৰৱালাৰ নেতৃত্বত চিকিৎসকৰ এটা দলে কৰিছে এই অস্ত্ৰোপচাৰ। অভিনেতাগৰাকীক অসুস্থতাৰ খবৰ বিয়পি পৰাৰ লগে