Year: 2024

কোকৰাঝাৰত ই এম উৱিলচন হাছদাৰ নিযুত মইনা আচঁনিৰ চেক বিতৰণ

কোকৰাঝাৰত ই এম উৱিলচন হাছদাৰ নিযুত মইনা আচঁনিৰ চেক বিতৰণ

সমগ্ৰ ৰাজ্যৰ লগতে কোকৰাঝাৰ জিলাতো দেওবাৰে নিযুত মইনা আচঁনিৰ অধীনত চেক বিতৰণ অনুষ্ঠান সম্পন্ন হয়। কোকৰাঝাৰৰ বড়োলেণ্ড ইউনিভাৰ্ছিটিত নিযুত মইনা আঁচনিৰ চেক বিতৰণী অনুষ্ঠানৰ শুভাৰম্ভ কৰে বি টী চিৰ ই এম্ উৱিলছন হাছদাই। চেক বিতৰণ কৰি বিধায়ক তেওঁ কয় যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বত এই আঁচনিৰ জৰিয়তে ৰাজ্যৰ

ৰহাত সমজিলা আয়ুক্ত কাৰ্যালয় উদ্বোধন বিত্ত মন্ত্ৰী অজন্তা নেওগৰ

ৰহাত সমজিলা আয়ুক্ত কাৰ্যালয় উদ্বোধন বিত্ত মন্ত্ৰী অজন্তা নেওগৰ

নিউজ ব্যুৰ’,নগাঁও,৬ অক্টোবৰ:–”মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা মোৰ ৰাজনৈতিক আদৰ্শ ব্যক্তি। অসমৰ সামগ্ৰিক বিকাশ আৰু উন্নয়নৰ বাবে খিলঞ্জীয়া জাতি-জনগোষ্ঠীক সন্মুখৰ পৰা নেতৃত্ব দি উন্নয়নৰ শিখৰত আৰোহন কৰা যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল,সেই প্ৰতিশ্ৰুতি আজি আখৰে আখৰে পালন কৰিছে আৰু এইজনে অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।”–এইদৰে মুখ্যমন্ত্ৰী ড° হিমন্ত

নৱ প্ৰজন্মৰ কবি আকাঙ্খা বৰুৱাৰ কবিতা পুথি ‘As Fall Arrives’ ৰ শুভ উন্মোচন

নৱ প্ৰজন্মৰ কবি আকাঙ্খা বৰুৱাৰ কবিতা পুথি ‘As Fall Arrives’ ৰ শুভ উন্মোচন

৬/১০/২০২৪ গুৱাহাটী : গুৱাহাটীৰ চচল শতদল শাখা সাহিত্য সভাৰ ৰবীন্দ্ৰনাথ দাস সভাগৃহত , চচল শাখা লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত এখন গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। চচল শাখা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী প্ৰনীতা শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনৰ আঁত ধৰে শাখাৰ সম্পাদিকা চিত্ৰা দাসে।চিৰ চেনেহী মোৰ ভাষা জননী গীতেৰে আৰম্ভ হোৱা

বিশিষ্ট সাহিত্যিক ড॰গোৱিন্দ প্ৰসাদ শৰ্মাক “প্ৰজ্ঞা সাধক-২০২৪” সন্মান প্ৰদান

বিশিষ্ট সাহিত্যিক ড॰গোৱিন্দ প্ৰসাদ শৰ্মাক “প্ৰজ্ঞা সাধক-২০২৪” সন্মান প্ৰদান

নিউজ ব্যুৰ’,নগাঁও,৫ অক্টোবৰ:-অসমীয়া সাহিত্যৰ প্ৰথিতযশা সাহিত্যিক,গৱেষক, সাহিত্যিক,অধ্যাপক,সমালোচক ড॰ গোৱিন্দ প্ৰসাদ শৰ্মাক জীৱনযোৰা সাধনাৰ বাবে “প্ৰজ্ঞা সাধক সন্মান–২০২৪” বঁটাৰে সন্মানিত কৰা হয়৷ অসমৰ অগ্ৰণী প্ৰকাশন গোষ্ঠী “প্ৰজ্ঞা মিডিয়াহাইপ”ৰ সহযোগত প্ৰজ্ঞা সাহিত্য মঞ্চই আগবঢ়োৱা এই সন্মান শনিবাৰে কটন বিশ্ববিদ্যালয়ৰ এলাম্‌নাই ভৱনত অনুষ্ঠিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰা হয়৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ

সমজিলাৰ তালিকাত সোমাল নগাঁৱৰ কলিয়াবৰ

সমজিলাৰ তালিকাত সোমাল নগাঁৱৰ কলিয়াবৰ

এক ঐতিহাসিক ক্ষণৰ সাক্ষী হ’ল কলিয়াবৰবাসী নিউজ ব্যুৰ’,নগাঁও,৫ অক্টোবৰ:– এতিয়াৰ পৰা নগাঁও জিলাৰ অন্তৰ্গত কলিয়াবৰ মহকুমাৰ নতুন পৰিচয় হ’ল কলিয়াবৰ সমজিলা। এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শুকুৰবাৰে আনুষ্ঠানিকভাৱে কলিয়াবৰ সমজিলা উদ্বোধন কৰা হয়। ৰাজ্য চৰকাৰে সমষ্টি ভিত্তিত প্ৰথম পৰ্যায়ত ঘোষণা কৰা ৩৯খন সমজিলাৰ অন্যতম নগাঁৱৰ কলিয়াবৰ সমজিলা আয়ুক্তৰ কাৰ্যালয়টো এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত