Year: 2024

ধিঙৰ ভয়ংকৰ ঘটনাৰ পিছতেই ভুক্তভোগী পৰিয়ালে এৰিব বিচাৰিছে ধিং

ধিঙৰ ভয়ংকৰ ঘটনাৰ পিছতেই ভুক্তভোগী পৰিয়ালে এৰিব বিচাৰিছে ধিং

মুখ্যমন্ত্ৰীক পৰিয়ালটোৱে জনাইছে এই কথা। ধিঙৰ এই ঘটনা অসমীয়াৰ মাটি দখলৰ এক কূটিল ষড়যন্ত্ৰ। অসমীয়া এক হৈ থাকিলে কোনেও অনিষ্ট কৰিব নোৱাৰে। অসমীয়াক এক হৈ থাকিবলৈ মুখ্যমন্ত্ৰীৰ বিশেষ আহ্বান অসমীয়া সমাজলৈ।

৮০ দিনৰ পাছতো পৃথিৱীলৈ ঘূৰি আহিব পৰা নাই সুনীতা উইলিয়ামছ!

৮০ দিনৰ পাছতো পৃথিৱীলৈ ঘূৰি আহিব পৰা নাই সুনীতা উইলিয়ামছ!

৮০ দিনৰ পাছতো পৃথিৱীলৈ ঘূৰি আহিব পৰা নাই সুনীতা উইলিয়ামছ;২০২৫ৰ ফেব্ৰুৱাৰীলৈ মহাকাশতে থাকিব লাগিব সুনীতা উইলিয়ামছ ভাৰতীয় মূলৰ আমেৰিকান মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু তেওঁৰ সংগী বেৰী বাচ্চ উইলমৰে ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ পৰা পৃথিৱীলৈ উভতি আহিব । আমেৰিকাৰ মহাকাশ সংস্থা নাছাই শনিবাৰে (২৪ আগষ্ট)