Month: February 2025

কিয় নিজকে শেষ কৰি দিলে জাগীৰোডৰ সুস্মা দেৱনাথে?

কিয় নিজকে শেষ কৰি দিলে জাগীৰোডৰ সুস্মা দেৱনাথে?

সৰস্বতী পূজাৰ দিনা জাগীৰোডত এক অঘটন সংঘটিত হৈছে। নিজ ঘৰতে ডিঙিত চিপ লৈ আত্মহত্যা একাদশ শ্রেণীৰ এগৰাকী ছাত্ৰীৰ। বয়স হৈছিল প্রায় ১৭ বছব। ছাত্ৰীগৰাকীৰ নাম সুস্থা দেৱনাখ। জাগীৰোড উচ্চতৰ মাধ্যমিক বিদ্যায়ৰ ছাত্ৰী আছিল সুস্থা। আত্মহত্যাৰ খবৰ পোৱাৰ মাত্রকেই ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী আৰু দণ্ডাধীশ। আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ

মহাপাপ কৰিলে পুত্ৰই! বৃদ্ধ পিতৃ-মাতৃক এৰি থৈ আহিল মহাকুম্ভত..

মহাপাপ কৰিলে পুত্ৰই! বৃদ্ধ পিতৃ-মাতৃক এৰি থৈ আহিল মহাকুম্ভত..

ইণ্টাৰনেটত ভাইৰেল হোৱা এই হৃদয় বিদারক ভিডিঅ’ প্রয়াগৰাজৰ মহাকুম্ভৰ। ভিডিঅ’টোত এজন ব্যক্তিয়ে এক বৃদ্ধ দম্পতীক সহায় কৰা দেখা গৈছে। এই ভিডিতা’টোত বৃদ্ধ পিতৃ-মাতৃয়ে কৈছে যে কেনেকৈ তেওঁলোকৰ সন্তানে তেওঁলোকক এনেদৰে পৰিত্যাগ কৰিছে। তেওঁলোকে কান্দি কান্দি নিজৰ দুখৰ কথা বর্ণনা কৰে। তেওঁলোকে কয় যে আমাৰ “তিনিজনী বোৱাৰীয়ে আমাক বহুত অশান্তি দিয়ে।

সৰস্বতীৰ পূজাৰ দিনাই একেলগে বিহপান কৰিলে প্ৰেমিক-প্ৰেমিকাই!

সৰস্বতীৰ পূজাৰ দিনাই একেলগে বিহপান কৰিলে প্ৰেমিক-প্ৰেমিকাই!

সৰস্বতীৰ পূজাৰ দিনাই নলবাৰীত শিহৰণকাৰী ঘটনা। নলবাৰীত একলগে বিহপান কৰিলে প্ৰেমিক-প্ৰেমিকাই। নলবাৰীৰ বৰমাৰ কদমতলৰ সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ১৭ বছৰীয়া কিশোৰীগৰাকীৰ। আনফালে এতিয়াও চিকিৎসাধীন হৈ আছে ১৮ বছৰীয়া প্ৰেমিক। চাঞ্চল্যকৰ ঘটনাৰ পিছতে পোহৰলৈ আহিছে বহু বিস্ফোৰক তথ্য। অভিযোগ অনুসৰি যুৱকজনে পূৰ্বেও কিশোৰীগৰাকীক বিহপান কৰিবলৈ কৈছিল। যুৱকজনে

গুৱাহাটীৰ হোটেলত জঘন্য ঘটনা..

গুৱাহাটীৰ হোটেলত জঘন্য ঘটনা..

ৰাজধানী গুৱাহাটীৰ মাজমজিয়াত ভয়ংকৰ-জঘন্য কাণ্ড। অশালীন ভিডিঅ’ বনোৱাৰ পৰিকল্পনাৰে এগৰাকী বিদেশী যুৱতীক দলবদ্ধ অপকৰ্মৰ চেষ্টা ৭ নৰপিশাচৰ। দিছপুৰ লাষ্টগেটৰ হোটেলৰ কোঠাত ৬ যুৱকে অশালীন ভিডিঅ’ প্ৰস্তুত কৰাৰ বাবে বাধ্য কৰাইছিল বিদেশী যুৱতীক। ৬ যুৱকে মিলি যুৱতীগৰাকীৰ শ্লীলতা হানিৰ লগতে কেমেৰাত ৰেকৰ্ডিং কৰে অশালীন দৃশ্য। গুৱাহাটী মহানগৰ আৰক্ষীৰ জালত পৰিছে জঘন্য