Month: June 2025

কাজিৰঙাৰ ৰাজপথেৰে উজনি-নামনি যাওতে হওক সাৱধান

কাজিৰঙাৰ ৰাজপথেৰে উজনি-নামনি যাওতে হওক সাৱধান

ক্ৰমাৎ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কেতবোৰ এলেকা ব্ৰহ্মপুত্ৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে ৷ যাৰবাবে অভয়াৰণ্য খনৰ বহু বন্যজন্ত ৰাষ্ট্ৰীয় ঘাই পথ পাৰ হৈ ঢাপলি মেলিছে কাৰ্বি পাহাৰলৈ ৷ এনেক্ষেত্ৰত কাজিৰঙাৰ ৰাজপথত বন্যজন্তুৰ সুৰক্ষাৰ বাবে সষ্টম হৈ পৰিছে পৰিবহণ বিভাগৰ INTERCEPTOR বাহন। ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ ওখ স্থানলৈ খাদ্যৰ সন্ধানত যোৱা বন্যজন্তুৰ সুৰক্ষাৰ বাবে গাড়ীৰ

চাপৰৰ মৌৱাটাৰীস্থিত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ প*থ দু*ৰ্ঘ*টনা

চাপৰৰ মৌৱাটাৰীস্থিত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ প*থ দু*ৰ্ঘ*টনা

গুৱাহাটীৰ পৰা ধুবুৰী অভিমুখে অহা এখন যাত্ৰীবাহী টাটা মেজিকক আল্ট্ৰা বাহনে খুন্দিয়াই পলায়ন। দুৰ্ঘটনাৰ ফলত টাটা মেজিকৰ চালক জনৰ এখন হাত চিঙি যোৱাৰ উপক্ৰমত। গাড়ী খনত থকা বাকী আঠ জন যাত্ৰীৰ সকলোৱে কম বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হয়। ততাতৈয়াকৈ স্থানীয় ৰাইজে চালক জন আৰু যাত্ৰী সকলক চাপৰ চিকিৎসালয়ত ভৰ্তি কৰায়। চালকজনৰ

বৰপেটা জিলাৰ মাজদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লোকমান আলি আহমেদক নিলম্বন

বৰপেটা জিলাৰ মাজদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লোকমান আলি আহমেদক নিলম্বন

চুৰি কাণ্ডৰ তদন্তৰ গাফিলটিৰ কাৰণে নিলম্বন মাজদিয়া আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জনক বৰপেটা জিলাৰ কুকাৰপাৰ গাঁৱৰ ছবুৰউদ্দীন আহমেদ নামৰ চিকিৎসক জনৰ নিজ বাসগৃহৰ পৰা কোনো নথকাৰ সুযোগ বুজি নগদ ধন প্ৰায় ২ কৌটি আৰু মূল্যবান সা-সৰঞ্জাম চোৰৰ দলে লুটি নিছিল কিছুদিন পূৰ্বে। ঘটনা সন্দৰ্ভত চিকিৎসক ছবুৰউদ্দীন আহমেদে দহ মে’ তাৰিখে

কলম বিক্ৰী কৰি পৰিয়াল পোহপাল এটি কণমানিৰ…

কলম বিক্ৰী কৰি পৰিয়াল পোহপাল এটি কণমানিৰ…

সংগ্ৰাম জীৱনৰ আন এটা নাম। কিন্তু এই সংগ্ৰামৰ যুঁজত মাত্ৰ এঘাৰ বছৰ বয়সতে নামি পৰিছে এটি শিশু। নগাঁৱৰ ৰাজপথত কলম হাতত লৈ জীৱন-সংগ্রামত ব্রতী এই শিশুটি। সময় আৰু পৰিস্থিতিয়ে এই শিশুটিক যেন বাধ্য কৰাইছে জীৱন-সংগ্ৰামৰ এই যুঁজখনত অৱতীর্ণ হ’বলৈ। এফালে এমুঠি অন্ন যোগান আৰু আনফালে বিদ্যালয়লৈ যোৱাৰ তাগিদাৰ মাজতে এই