Year: 2025

নগাওঁ টাউনৰ শইকীয়া পৰিয়াল

নগাওঁ টাউনৰ শইকীয়া পৰিয়াল

লেখক : মহম্মদ তালহা আমিন বৰুৱা শইকীয়া পৰিয়ালটো বৰ্তমানৰ নগাঁও জিলাত বসবাস কৰা আহোম মুছলমানৰ ঘৰ আছিল। এই পৰিয়ালটোৱেই আছিল অসমত আনকি সমগ্ৰ উত্তৰ-পূৱ অঞ্চলতো অস্তিত্ব লাভ কৰা ব্যৱসায়িক বংশৰ আটাইতকৈ প্ৰভাৱশালী বংশ। শইকীয়া বংশই ১৮ শতিকাৰ ভিতৰত অসমত আহোম শাসনৰ সময়ৰ পৰা আৰম্ভ কৰি ভাৰতৰ ইতিহাসত অসীম অৰিহণা যোগাইছে,