তিতা ফুল স্বাস্থ্যৰ বাবে অতি উপকাৰী বনৌষধি উদ্ভিদ…

তিতা ফুল স্বাস্থ্যৰ বাবে অতি উপকাৰী বনৌষধি উদ্ভিদ…

তিতা ফুল স্বাস্থ্যৰ বাবে অতি উপকাৰী বনৌষধি উদ্ভিদ। আজি আপোনালোকক জনাম তিতা ফুলৰ উপকাৰিতাৰ বিষয়ে-

তিতা ফুল শুকুৱাই বা কেঁচাকে ভাজি খালে সাধাৰণ জ্বৰ-কাহৰ পৰা উপকৃত হ’ব।

ডায়েবেটিছ ৰোগীৰ বাবে তিতা ফুল অতি উপকাৰী।

তিতা ফুলে তেজ পৰিষ্কাৰ কৰে।

কৃমি জনিত সমস্যাত উপকাৰী।

তিতা ফুল শুকুৱাই গুৰি কৰি মৌৰ লগত খালে মূৰ বিষত আৰাম পোৱা যায়।

খৰ-খজুৱতি আদি সমস্যাত তিতা ফুলৰ কোমল পাত কেঁচা হালধিৰ সৈতে পিচি লগালে উপকৃত হয়।

তিতা ফুলৰ কোমল পাতৰ ৰস কুহুমীয়া গৰম পানীত মিহলাই খালে মেলেৰিয়া জ্বৰ, টাইফয়দ আদি সমস্যাত উপকাৰ পোৱা যায়।

তিতা ফুলৰ শিপা পানীত উতলাই সেই পানীৰে কুলি কুলি কৰিলে দাঁতৰ আলু ফুলা , জিভাৰ ঘাঁ , তালুৰ ঘাঁ আদিৰ পৰা উপকৃত হ’ব।

GTM Desk

Related