মহানগৰীৰ সোণাইঘুলীত গুলীচালনাৰ ঘটনা…
- পুনৰ গুৱাহাটীত গুলীচালনাৰ ঘটনা।
- মহানগৰীৰ সোণাইঘুলীত সংঘটিত হৈছে এই ঘটনা।
- এটা ধৰ্ষণকাণ্ডক লৈ এই ঘটনা হোৱাৰ সন্দেহ।
- কুণাল ৰয় নামৰ এজন যুৱকৰ বিৰুদ্ধে আছে ধৰ্ষণ কাণ্ডৰ অভিযোগ।
- গুলীচালনাৰ ফলত এজন লোকৰ হেলমেটত গুলী লগাৰ খবৰ।
- এটা ঘৰৰ ভিতৰত সোমাই আছে কুণাল ৰয় নামৰ যুৱকজন।
- ঘটনাস্থলীত উপস্থিত হৈছে স্থানীয় আৰক্ষী।
- ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ উত্তেজনা।