মহানগৰীত পুনৰ পানীৰ পাইপ বিস্ফোৰণ; আহত তিনিজন

মহানগৰীত পুনৰ পানীৰ পাইপ বিস্ফোৰণ; আহত তিনিজন
  • পুনৰ মহানগৰীত পানীৰ পাইপ বিস্ফোৰণ।
  • বিস্ফোৰণত আহত এগৰাকী যুৱতীসহ দুই যুৱক।
  • আহত যুৱতীগৰাকীক জি এম চি এইছলৈ প্ৰেৰণ।
  • ঘটনাত ক্ষতিসাধন হৈছে এখন চুইফ্ট, এখন অটোৰ সৈতে আন এখন বাহন।
  • আহত যুৱক দুজন ক্ৰমে ৰাজু কলিতা, দেৱজিত শৰ্মা।
  • আহত যুৱতীগৰাকী ৰীণা টাইড।
  • এই ঘটনা বৰবাৰীৰ মেগজিনৰ ৰাজপথত সংঘটিত হৈছে।
  • ক্ষতিগ্ৰস্ত চুইফ্ট ডিজায়াৰ নম্বৰ এ এছ ০১ ডি ৱাই ৩৯৫০।
  • ক্ষতিগ্ৰস্ত হোৱা অটোখনৰ নম্বৰ এ এছ ০১ কে চি ১৩৪০।

GTM Desk

Related