প্ৰথমে সুৰাৰ পাৰ্টি, পাছত নিচাত মাতাল হৈ গাড়ী চলাই দুৰ্ঘটনাতপতিত ৪ যুৱক-যুৱতী

প্ৰথমে সুৰাৰ পাৰ্টি, পাছত নিচাত মাতাল হৈ গাড়ী চলাই দুৰ্ঘটনাতপতিত ৪ যুৱক-যুৱতী

শিলচৰৰ ৰংপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত যুৱক-যুৱতী…

ভয়ংকৰ পথ দুৰ্ঘটনাতপতিত যুৱক-যুৱতী। এই ঘটনা শিলচৰৰ ৰংপুৰৰ।ঘটনা অনুসৰি সোমবাৰে নিশা এটা ফাৰ্ম হাউচ ভাড়ালৈ লৈ সুৰাৰ পাৰ্টি কৰিছিল একাংশ যুৱক-যুৱতীয়ে।

পাৰ্টি কৰি সুৰাৰ নিচাত মাতাল হৈ তীব্ৰ গতিত গাড়ী চলোৱাৰা বাবে ভয়ংকৰ দুৰ্ঘটনা হোৱা বুলি জানিব পৰা গৈছে।

চালকে নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলত ৰাজপথত বাগৰি পৰে মাৰুতি চুজুকি বাহনখন।

GTM Desk

Related