ৰাম মন্দিৰৰ ‘প্ৰাণ প্ৰতিষ্ঠা’ অনুষ্ঠানত উপস্থিত থাকিল সৰ্বভাৰতীয় ইমাম সংগঠনৰ মুখ্য ইমাম

ৰাম মন্দিৰৰ ‘প্ৰাণ প্ৰতিষ্ঠা’ অনুষ্ঠানত উপস্থিত থাকিল সৰ্বভাৰতীয় ইমাম সংগঠনৰ মুখ্য ইমাম

অযোধ্যাত ৰাম মন্দিৰৰ ‘প্ৰাণ প্ৰতিষ্ঠা’ অনুষ্ঠানত উপস্থিত থাকিল সৰ্বভাৰতীয় ইমাম সংগঠনৰ মুখ্য ইমাম ড০ উমেৰ আহমেদ ইলিয়াছি

মানৱ ধৰ্মই হৈছে শ্ৰেষ্ঠ ধৰ্ম। আমাৰ বাবে ৰাষ্ট্ৰ সৰ্বপ্ৰথম। অযোধ্যাত ৰাম মন্দিৰৰ ‘প্ৰাণ প্ৰতিষ্ঠা’ অনুষ্ঠানত উপস্থিত হৈ এই মন্তব্য সৰ্বভাৰতীয় ইমাম সংগঠনৰ মুখ্য ইমাম ড০ উমেৰ আহমেদ ইলিয়াছিৰ।

Shahnawaz Hamza