নগাঁৱত চাঞ্চল্যকৰ ঘটনা; শ্ৰেণীকোঠাত চিপজৰী লৈ আত্মহত্যা প্ৰধান শিক্ষকৰ…

নগাঁৱত চাঞ্চল্যকৰ ঘটনা; শ্ৰেণীকোঠাত চিপজৰী লৈ আত্মহত্যা প্ৰধান শিক্ষকৰ…

নগাঁৱত চাঞ্চল্যকৰ ঘটনা।

শ্ৰেণীকোঠাত চিপজৰী লৈ আত্মহত্যা প্ৰধান শিক্ষকৰ।

নগাঁও আৰবান স্কুলৰ প্ৰধান শিক্ষক পাৰ্থসাৰথি লস্কৰৰ।

আত্মহত্যাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই

Shahnawaz Hamza