যদি আপুনি পাই এই সংকেত তেতিয়া বুজিব লাগে শীঘ্ৰে আপোনাৰ মৃত্যু হবলৈ আছে…

যদি আপুনি পাই এই সংকেত তেতিয়া বুজিব লাগে শীঘ্ৰে আপোনাৰ মৃত্যু হবলৈ আছে…

যদি আপুনি পাই এই সংকেত-তেতিয়া বুজিব লাগে-শীঘ্ৰে আপোনাৰ মৃত্যু হবলৈ আছে?

*যমৰাজৰ কথা শুনিলেই সকলোৱে ভয় কৰে।কাৰণ যমৰাজক মৃত্যুৰ দেৱতা কোৱা হয়।কিন্তু সঁচাটো এয়া যে-এদিন নহয় এদিন যমৰজাই সকলোকে নিবলৈ আহে।কিন্তু যমৰজাই মৃত্যুৰ অহাৰ আগে-সকলোকে এই কথা-প্ৰমাণিত কৰে যে-তেওঁৰ মৃত্যু বহু ওচৰত।আশ্বয্যকৰ হয়।কিন্তু এয়া একেবাৰে শুদ্ধ।যমৰজাই ব্যক্তিক মৃত্যুৰ পূৰ্ৱে এই ৪টা সৎকেত দিয়ে।

১)মৃত্যু অহাৰ আগে যমৰজাই মানৱ দেহৰ বেয়াৰ দ্বাৰা তেওঁক সংকেত দি থাকে যে-তেওঁৰ সময় এতিয়া নিচেই ওচৰত।যাৰ মাজত সকলোতকৈ প্ৰথম-মানৱ দেহৰ চুলি বগা হোৱাটো।যদি যমৰজাৰ প্ৰথম সংকেত-ব্যক্তিৰ চুলি বগা হোৱাটো হয়-তেন্তে-এয়া কয় যে-আপোনাৰ বয়স বৃদ্ধি হৈছে।পৃথিৱীৰ মোহ-মায়াৰ পৰা ওলাবলৈ আৰম্ভ কৰি দিব লাগে।

২/দ্বিতীয় সংকেত হৈছে-ব্যক্তিৰ দাঁত সৰা।যেতিয়াপৰা ব্যক্তিৰ দাঁত সৰিবলৈ লৈ-তেতিয়া ব্যক্তিয়ে বুজিব লাগে যে-এতিয়া তেওঁৰ শৰীৰে মুক্তিৰ বাবে বাট চাইছে।সাংসাৰিক মোহ মায়া ত্যাগ কৰিব লাগে।

৩/যমৰজাই মৃত্যুৰ পূৰ্ৱে তৃতীয় সংকেত দিয়ে-ব্যক্তিৰ জ্ঞানন্দ্ৰিয়ৰ জৰিয়তে।অৰ্থাৎ যেতিয়া কোনো ব্যক্তিৰ জ্ঞানন্দ্ৰিয় দুৰ্বল হবলৈ লৈ-দেখা পোৱাত,শুনাত,আৰু বুজিপোৱাৰ শক্তি কম হবলৈ ধৰে,তেতিয়া বুজিব লাগে যে-ব্যক্তিজনে এতিয়া সকলো সম্পৰ্কৰ সৈতে সকলো বস্তুৰ মোহ এৰি আত্মচিন্তন কৰিব লাগে।যাৰ দ্বাৰা মুক্তি প্ৰাপ্ত হয়!

৪/যমৰজাৰ চতুৰ্থ বিশেষ সংকেত হৈছে যে-ব্যক্তিয়ে ভগৱানৰ সহায় লব লাগে।আৰু যেতিয়া ব্যক্তিৰ কমৰ পৰে আৰু শৰীৰে নিজৰ বুজা লব নোঁৱাৰা হয়।তেতিয়া ভগৱানৰ সহায় লব লাগে আৰু জীৱনৰ পৰা মুক্তি পাব লাগে।(সংগ্ৰহিত)।

GTM Desk

Related