সদৌ অসম ছাত্ৰ সন্থাই ঘোষণা কৰিলে ২০২৩ বৰ্ষৰ ‘অমূল্য কাকতি বঁটা

সদৌ অসম ছাত্ৰ সন্থাই ঘোষণা কৰিলে ২০২৩ বৰ্ষৰ ‘অমূল্য কাকতি বঁটা

সদৌ অসম ছাত্ৰ সন্থাই ঘোষণা কৰিলে ২০২৩ বৰ্ষৰ ‘অমূল্য কাকতি বঁটা’।শিৱসাগৰৰ বিশিষ্ট নাট্যকাৰ-পৰিচালক প্ৰশান্ত শৰ্মালৈ আগবঢ়োৱা হৈছে ২০২৩ বৰ্ষৰ ‘অমূল্য কাকতি বঁটা’।৯ ফেব্ৰুৱাৰীত গুৱাহাটীত প্ৰদান কৰা হ’ব ‘অমূল্য কাকতি বঁটা ।

Shahnawaz Hamza