15.5 C
Assam
Wednesday, December 7, 2022

Featured News

মূল্যবৃদ্ধিৰ প্ৰতিবাদত বিশ্বনাথত আছুৰ প্ৰতিবাদ

Assamese Newsমূল্যবৃদ্ধিৰ প্ৰতিবাদত বিশ্বনাথত আছুৰ প্ৰতিবাদ
অসমত ঠায়ে ঠায়ে প্ৰতিলিটাৰ পে’ট্ৰলৰ মূল্যই শতকৰ ঘৰ অতিক্ৰম কৰিলে ৷ পে’ট্ৰল, ডিজেল, ৰন্ধন গেছৰ লগতে অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধিৰ প্ৰতিবাদত শুকুৰবাৰে বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ ছাত্ৰ সংগঠনটোৱে বিশ্বনাথ নগৰৰ মাজমজিয়াত এক প্ৰতিবাদী সমদল উলিয়াই কেন্দ্ৰীয় পে’ট্ৰলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী আৰু যোগান মন্ত্ৰী ৰঞ্জিত দাসৰ প্ৰতিমূৰ্তি দাহ কৰে ৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: