AASU staged demonstration across the State against the appointment scam in the PNRD and DIPR

AASU staged demonstration across the State against the appointment scam in the PNRD and DIPR

ৰাজ্যত সংঘটিত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ আৰু তথ্য আৰু জনসংযোগ বিভাগৰ নিযুক্তিত ব্যাপক অনিয়ম আৰু স্বজন-তোষন হোৱাৰ অভিযোগত সদৌ অসম ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী।
গুৱাহাটীৰ দীঘলীপুখুৰীপাৰত কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাই ৰূপায়ণ কৰে এই কাৰ্যসূচী।
বিক্ষোভত ভাগ লৈ বিভাগ দুটাৰ নিযুক্তি কেলেংকাৰীৰ উচিত তদন্ত আৰু দোষীক শাস্তি প্ৰদানৰ দাবী কৰে আছুৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে।
#aasu #pnrd #dipr

Staff Report Guwahati Times

Desk Editor