এইবাৰ ছাত্ৰৰ নহয়, সহকাৰী অধ্যাপকৰ গুণ্ডাগিৰি

এইবাৰ ছাত্ৰৰ নহয়, সহকাৰী অধ্যাপকৰ গুণ্ডাগিৰি

বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপকৰ গুণ্ডাগিৰি

মহাবিদ্যালয়খনৰ ছাত্ৰাৱাসৰ ৰান্ধনীক গুৰুলা-গুৰুলকৈ প্ৰহাৰ

প্ৰহাৰৰ ফলত দুয়োখন হাত ভাঙে ৰান্ধনীজনৰ

ৰান্ধনীজনৰ নাম ৰাজেশ ৰাজভৰ।

অভিযুক্ত অধ্যাপকগৰাকীৰ নাম ৰাজীৱ শৰ্মা

সাধাৰণ কথাতে ৰান্ধনী গৰাকীক প্ৰহাৰ কৰাৰ অভিযোগ সহকাৰী অধ্যাপক গৰাকীৰ বিৰুদ্ধে

ৰাজীৱ শৰ্মা মহাবিদ্যালয়খনৰ শিক্ষা বিভাগৰ সহকাৰী অধ্যাপক

নীতিবৰ্হিভূতভাৱে ছাত্ৰাৱাসত আছিল অধ্যাপকজন

অধ্যাপকজনক গ্ৰেপ্তাৰৰ লগতে কলেজৰ পৰা বহিস্কাৰৰ দাবী সচেতন মহলৰ

GTM Desk

Related