fbpx

মানিকপুৰত অসমীয়া চলচ্চিত্ৰ জগতৰ মহমোয়ী অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ ৷ মানিকপুৰ আকাশ গোষ্ঠীৰ মঞ্চ মুকলি অনুষ্ঠানত দেওবাৰে অসমীয়া চলচ্চিত্ৰ জগতৰ মহমোয়ী অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে ।

Other Stories: জোচেফ মাৰাকৰ মৃত্যু : কিমান দিন কাৰাবাস হ’ব ৰাজকন্যা বৰুৱাৰ ?

সাংস্কৃতিক জগতৰ অগ্ৰণী অনুষ্ঠান মানিকপুৰৰ আকাশ গোষ্ঠীৰ ঢোল-তাল, বিহু নৃত্য আদিৰ প্ৰশিক্ষণ দিয়াৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰাত শিল্পী গৰাকীয়ে আকাশ গোষ্ঠীক ধন্যবাদ জ্ঞাপন কৰে । ভ্ৰাম্যমাণ থিয়েটাৰৰ শোচনীয় অৱস্থাৰ মাজতো ৰাইজৰ উছাহ উদ্দীপনা একে আছে বুলি উল্লেখ প্ৰস্তুতি পৰাশৰৰ । কভিড ভেকচিনৰ ওপৰত গুৰুত্ব প্ৰদান কৰিবলৈ শিল্পী গৰাকীয়ে ৰাইজক অনুৰোধ জনায়।

error: Content is protected !!