26.2 C
Assam
Saturday, June 10, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

অসম চলচ্চিত্ৰ নিগমৰ নতুন অধ্যক্ষ সন্দৰ্ভত প্ৰস্তুতি পৰাশৰ মন্তব্য

Assamese Newsঅসম চলচ্চিত্ৰ নিগমৰ নতুন অধ্যক্ষ সন্দৰ্ভত প্ৰস্তুতি পৰাশৰ মন্তব্য

মানিকপুৰত অসমীয়া চলচ্চিত্ৰ জগতৰ মহমোয়ী অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ ৷ মানিকপুৰ আকাশ গোষ্ঠীৰ মঞ্চ মুকলি অনুষ্ঠানত দেওবাৰে অসমীয়া চলচ্চিত্ৰ জগতৰ মহমোয়ী অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে ।

Other Stories: জোচেফ মাৰাকৰ মৃত্যু : কিমান দিন কাৰাবাস হ’ব ৰাজকন্যা বৰুৱাৰ ?

সাংস্কৃতিক জগতৰ অগ্ৰণী অনুষ্ঠান মানিকপুৰৰ আকাশ গোষ্ঠীৰ ঢোল-তাল, বিহু নৃত্য আদিৰ প্ৰশিক্ষণ দিয়াৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰাত শিল্পী গৰাকীয়ে আকাশ গোষ্ঠীক ধন্যবাদ জ্ঞাপন কৰে । ভ্ৰাম্যমাণ থিয়েটাৰৰ শোচনীয় অৱস্থাৰ মাজতো ৰাইজৰ উছাহ উদ্দীপনা একে আছে বুলি উল্লেখ প্ৰস্তুতি পৰাশৰৰ । কভিড ভেকচিনৰ ওপৰত গুৰুত্ব প্ৰদান কৰিবলৈ শিল্পী গৰাকীয়ে ৰাইজক অনুৰোধ জনায়।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!