মৃত অৱস্থাত উদ্ধাৰ অভিনেতা, মডেল আদিত্য সিং ৰাজপুত।
মৃত অৱস্থাত উদ্ধাৰ অভিনেতা, মডেল আদিত্য সিং ৰাজপুত। আন্ধেৰীৰ নিজৰ এপাৰ্টমেণ্টত মৃত অৱস্থাত উদ্ধাৰ অভিনেতাগৰাকীক। ইতিমধ্যে তেওঁৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে মুম্বাই আৰক্ষীয়ে।