গুৱাহাটী মহানগৰীৰ মিহিৰ কিৰণ ছোৱালী হোষ্টেলত ছাত্ৰীৰ ৰহস্যজনক মৃত্যু

গুৱাহাটী মহানগৰীৰ মিহিৰ কিৰণ ছোৱালী হোষ্টেলত ছাত্ৰীৰ ৰহস্যজনক মৃত্যু

গুৱাহাটী মহানগৰীৰ মিহিৰ কিৰণ ছোৱালী হোষ্টেলত ছাত্ৰীৰ ৰহস্যজনক মৃত্যু ।ছাত্ৰীগৰাকী কোকৰাঝাৰৰ তাজমিনা আহমেদ ।
প্ৰায় দুমাহ পূৰ্বে মেডিকেলৰ কচিং কৰিবলৈ গুৱাহাটীলৈ আহিছিল ছাত্ৰীগৰাকী।

Shahnawaz Hamza