মেট্ৰিকৰ ফলাফলঃ ৪০ শতাংশ নৱম শ্ৰেণীৰ, ৪০ শতাংশ দশম শ্ৰেণীৰ, ২০ শতাংশ এছাইনমেণ্ট, উপস্থিতিৰ

মেট্ৰিকৰ ফলাফলঃ ৪০ শতাংশ নৱম শ্ৰেণীৰ, ৪০ শতাংশ দশম শ্ৰেণীৰ, ২০ শতাংশ এছাইনমেণ্ট, উপস্থিতিৰ

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ মূল্যাংকন নিৰূপণ কৰিছে উচ্চ ক্ষমতাসম্পন্ন সমিতিয়ে।

শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৱে আজি সংবাদমেল সম্বোধন কৰা অনুসৰি ফলাফলৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত ৪০ শতাংশ নম্বৰ নৱম শ্ৰেণীৰ, ৪০ শতাংশ দশম শ্ৰেণীৰ আৰু ২০ শতাংশ এছাইনমেণ্ট, উপস্থিতিৰ পৰা লোৱা হ’ব।

৩১ জুলাইৰ ভিতৰত ঘোষণা কৰা হ’ব ফলাফল।

কোনো ছাত্ৰ-ছাত্ৰীয়ে ফলাফলত সন্তুষ্ট নহ’লে তেওঁলোকে পৰীক্ষাত পুনৰ বহিব পাৰিব বুলিও জনায় শিক্ষামন্ত্ৰীয়ে।

GTM Desk

Related