fbpx

কলা শাখাত দ্বিতীয় স্থান হোজাইৰ চাইমাৰ

হোজাই,25 জুনঃ উচ্চতৰ মাধ্যমিকৰ কলা শাখাত দ্বিতীয় স্থান লাভ কৰিছে হোজাই মৰিয়ম আজমল ৱমেন্স কলেজৰ ছাত্ৰী চাইমাই ৷ আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত কলা শাখাত দ্বিতীয় স্থান লাভ কৰা চাইমাই লাভ কৰিছে মুঠ 477 নম্বৰ ৷

সদ্যঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাত হোজাইৰ মৰিয়ম আজমল ৱমেন্স কলেজৰ চাইমাই ৰাজ্যৰ ভিতৰতে দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে ৷

error: Content is protected !!
%d bloggers like this: