আই চি ইউত অখিল গগৈৰ মাতৃ:শয্যাশায়ী মাতৃয়ে এবাৰ চাব বিচাৰিছে পুত্ৰক

আই চি ইউত অখিল গগৈৰ মাতৃ:শয্যাশায়ী মাতৃয়ে এবাৰ চাব বিচাৰিছে পুত্ৰক

আই চি ইউত অখিল গগৈৰ মাতৃ।

গুৰুতৰভাৱে অসুস্থ অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈক যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ আই চি ইউত ভৰ্তি কৰোৱা হৈছে।

কৃষক নেতাজনৰ মাতৃ প্ৰিয়দা গগৈক মঙলবাৰে পুৱা যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল।

উচ্চ ৰক্তচাপ আৰু মধুমেহত আক্ৰান্ত প্ৰিয়দা গগৈ।বৰ্তমান সুস্থিৰ অৱস্থাতে আছে প্ৰিয়দা গগৈ।এবাৰ অখিল গগৈৰ মুখ চাব বিচাৰে শয্যাশায়ী মাতৃয়ে।

Shahnawaz Hamza

Related