গুৰুতৰভাবে অসুস্থ হৈ পৰিছে কৃষক নেতা অখিল গগৈ

গুৰুতৰভাবে অসুস্থ হৈ পৰিছে কৃষক নেতা অখিল গগৈ

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত গুৰুতৰভাবে অসুস্থ হৈ পৰিছে কৃষক নেতা অখিল গগৈ তীব্ৰ জ্বৰ-পেটৰ বিষ আৰু কঁকালৰ বিষত আক্ৰান্ত হৈ তিনিদিন ধৰি বিচনাৰ পৰা উঠিব পৰা নাই নেতাগৰাকী অখিল গগৈৰ শীঘ্ৰে উন্নত চিকিৎসা ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

উন্নত চিকিৎসা ব্যৱস্থা গ্ৰহণ নকৰিলে জেল ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰাৰ ঘোষণা কৃষক মুক্তিৰ

Elias Ali