Akhil Gogoi speaks about Badaruddin Ajmal.

Akhil Gogoi speaks about Badaruddin Ajmal.

“আজমল এজন মৌলবাদী, সাম্প্ৰদায়িক নেতা জৰাফুঁকাৰ ৰাজনীতি কৰা নেতা”——এই বুলি মন্তব্য কৰে কৃষক নেতা অখিল গগৈয়ে।গগৈয়ে লগতে কয় যে ——বদৰুদ্দিন আজমলে সাংবাদিকৰ ওপৰত যি আক্ৰমণ কৰিছে তাৰ বাবে তেওঁক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো। ৰাজহুৱা ক্ষমা নোখোজা পৰ্যন্ত তেওঁৰ দলৰ সকলো অনুষ্ঠান সংবাদ মাধ্যমে বৰ্জন কৰিব লাগে আৰু বদৰুদ্দিন আজমলক অতিশীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে। ষ্টাফ ৰিপৰ্ট, গুৱাহাটী টাইমচ ।

Desk Editor