18.2 C
Assam
Wednesday, November 30, 2022

Featured News

নগাঁৱৰ জামুগুৰি দঘাট চুবুৰীৰ ২৪০ বছৰীয়া নামঘৰৰ প্ৰতিষ্ঠা দিৱস

নগাঁৱৰ জামুগুৰি দঘাট চুবুৰীৰ ২৪০ বছৰীয়া নামঘৰৰ প্ৰতিষ্ঠা দিৱস

15-year-old government vehicles will be scrapped: Nitin Gadkari

Union minister Nitin Gadkari today (November 25)...

কেঁচা পনীৰ খালে হয় এই চাৰিটা লাভ, নিয়ন্ত্ৰণত থাকে ওজন!

পনীৰ ভাৰতীয়সকলৰ প্ৰিয় ব্যঞ্জনবোৰৰ ভিতৰত অন্যতম। পনীৰ...

ধেমাজিত কোঁচ ৰাজবংশী ছাত্ৰ সন্থাৰ তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী

Assamese Newsধেমাজিত কোঁচ ৰাজবংশী ছাত্ৰ সন্থাৰ তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী

পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু অতি শীঘ্ৰে কোঁচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ দাবীত আজি ধেমাজি জিলা কোঁচ ৰাজবংশী ছাত্ৰ সন্থা আৰু ধেমাজি জিলা কোঁচ ৰাজবংশী মহিলা সমিতিয়ে ধেমাজি কাছাৰী ময়দানৰ সন্মুখত তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰে ৷ শতাধিক লোক উপস্থিত থকা অৱস্থান ধৰ্মঘট কাৰ্য্যসূচীত চৰকাৰ বিৰোধী শ্ল’গান দিয়ে ৷ সংগঠনটোৱে অতি সোনকালে কোঁচ ৰাজবংশী জনগোষ্ঠীটোক জনজাতিকৰণ আৰু কমতাপুৰ ৰাজ্য পুনৰ গঠন কৰিবলৈ দাবী তোলে ৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: