আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ জিলিকিল বক্সাৰ অভিজিত বৰুৱা

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ জিলিকিল বক্সাৰ অভিজিত বৰুৱা

🔵আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ জিলিকিল বক্সাৰ অভিজিত বৰুৱা
🔵ৱৰ্ল্ড প্ৰফেছনেল বক্সিঙত জয়ী অসম সন্তান অভিজিত বৰুৱা
🔵তাঞ্জানিয়াত অনুষ্ঠিত হৈছিল প্ৰতিযোগিতাখন
🔵অভিজিত বৰুৱাৰ প্ৰতিদ্বন্দ্বী আছিল চালেহে মাকালেকৱা
🔵চালেহে মাকালেকৱাক পৰাস্ত কৰি বিজয়ী অভিজিত বৰুৱা

GTM Desk