33.3 C
Assam
Saturday, May 28, 2022

Featured News

AHSEC releases reschedule dates for HS First-year students; to start from June 6

The Assam Higher Secondary Education Council (AHSEC)...

Centre releases Rs 324 crore advance from SDRF for flood-hit Assam

The Central government has released an advance...

Assam Cabinet decisions: ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আৰ্হিত সজোৱা হ’ব পাঠ্যক্ৰম

Assamese NewsAssam Cabinet decisions: ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আৰ্হিত সজোৱা হ'ব পাঠ্যক্ৰম
ৰাষ্ট্ৰীয় শিক্ষা নীতি ৰূপায়নৰ(Implementation of national education policy) ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে ৰাজ্যিক কেবিনেটে(Assam cabinet decision) ৷ 2023 চনৰ 1 এপ্ৰিলৰ পৰা ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আৰ্হিত সজোৱা হ’ব ৰাজ্যৰ পাঠ্যক্ৰম ৷ অৰ্থাৎ ৰাষ্ট্ৰীয় শিক্ষা নীতি(national education policy) অনুসৰি 5+3+3+4 আৰ্হিত সজোৱা হ’ব পাঠ্যক্ৰম ৷ ইতিমধ্যে এই কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
eskort
%d bloggers like this: