fbpx
September 28, 2021

30 অক্টোবৰত ৰাজ্যৰ 5 টা সমষ্টিত উপ-নিৰ্বাচন

অৱশেষত ঘোষণা হ’ল অসম বিধানসভাৰ উপ নিৰ্বাচন(By Election)ৰ দিন । 30 অক্টোবৰত ৰাজ্যত অনুষ্ঠিত হ’ব উপ নিৰ্বাচন । পাঁচটা সমষ্টিৰ বাবে অনুষ্ঠিত হ’ব উপ নিৰ্বাচন । 1 অক্টোবৰত জাৰি হ’ব অধিসূচনা । মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন হৈছে 8 অক্টোবৰ ।

30 অক্টোবৰত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পাচত 2 নৱেম্বৰত হ’ব ভোটগণনা । অসমৰ পাঁচটা সমষ্টি ক্ৰমে 28 নং গোঁসাইগাঁও সমষ্টি, 41 নং ভৱানীপুৰ সমষ্টি, 58 নং তামুলপুৰ সমষ্টি, 101 নং মৰিয়নী সমষ্টি আৰু 107 নং থাওৰা সমষ্টিত অনুষ্ঠিত হ’ব এই উপ নিৰ্বাচন ।

error: Content is protected !!
%d bloggers like this: