30 C
Assam
Wednesday, June 7, 2023

Featured News

AHSEC HS Results: Here are the sites where you can check results

ahsec.assam.gov.in http:/www.indiaresults.com/ https:/assamjobalerts.com/ iresults.net exametc.com https:/www.assamresult.co.in/ https:/www.results.shiksha/ https:/www.assamresult.in/ iresults.in

বাঘবৰত বানাক্ৰান্তৰ কাষত বিশিষ্ট সমাজ সেৱক ৰাজীব আহমেদ

Assamese Newsবাঘবৰত বানাক্ৰান্তৰ কাষত বিশিষ্ট সমাজ সেৱক ৰাজীব আহমেদ

বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত বিভিন্ন অঞ্চলত বিশিষ্ট সমাজ সেৱক ৰাজীব আহমেদে বানাক্ৰান্ত ৰাইজৰ পৰিস্থিতিৰ বুজ লয় আৰু মত‌ বিনিময় কৰে।

ৰাইজৰ লগত মত বিনিময় কৰাৰ পাছত‌ বিশিষ্ট সমাজ সেৱক ৰাজীব আহমেদে তিৰপাল ,চিৰা,চেনী,মুড়ি,আৰু শিশু খাদ্য বিতৰণৰ লগতে কিছু আৰ্থিক সহায় আগবঢ়ায় ।

তাৰ লগতে বানাক্ৰান্ত ৰাইজক আশ্বাস দিয়ে যে তেওঁ ৰাইজক সহায় কৰি আছে আৰু ভবিষ্যতেও‌ ৰাইজক সহায়ৰ হাত আগবঢ়াই থাকিব বুলি , আৰু‌ ৰাইজৰ ফালৰ পৰা তেওঁৰ বাবে আশীৰ্বাদ বিচাৰে।

তেওঁৰ লগত সহযোগিতা আগবঢ়ায় বিভিন্ন অঞ্চলৰ যুব সমাজে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!