দিল্লীৰ ফ্লেটত অসমৰ ২১ বছৰীয়া যুৱতীৰ মৃতদেহ উদ্ধাৰ…

দিল্লীৰ ফ্লেটত অসমৰ ২১ বছৰীয়া যুৱতীৰ মৃতদেহ উদ্ধাৰ…

দিল্লীত ফ্লেটত বাস কৰিছিল অসমৰ ২১ বছৰীয়া যুৱতী স্নেহা। জিমট্ৰেইনাৰ হিচাপে কাম কৰিছিল স্নেহাই। কিন্তু শুকুৰবাৰে ফ্লেটতে স্নেহাৰ সৈতে প্ৰেমিক ৰাজে সংঘটিত কৰিলে ভয়ংকৰ কাহিনী…

Video: https://www.facebook.com/share/v/tNkxGLwTivHgTTgo/?mibextid=jmPrMh

-দিল্লীত ফ্লেটত বাস কৰিছিল অসমৰ যুৱতী স্নেহা নাথ

-২১ বছৰীয়া স্নেহাই জিম ট্ৰেইনাৰ হিচাপে কাম কৰি আছিল

-শনিবাৰে ফ্লেটত উপস্থিত হৈ স্নেহাক আক্রমণ প্রেমিক ৰাজৰ!

-প্ৰেমিকৰ আক্ৰমণত দিল্লীৰ ফ্লেটতে মৃত্যু স্নেহা নাথৰ

-পিছে এই নৃশংস হত্যাকাণ্ডৰ আঁৰৰ ঘটনা কি?

-২০২১ চনত প্রথমবাৰৰ বাবে দুয়ো চিনাকি হৈছিল

-তাৰ পাছতে দুয়োৰে মাজত গঢ়ি উঠিছিল প্ৰেমৰ সম্পৰ্ক

– যোৱা বছৰ দুয়ো অসমলৈ ঘূৰি আহে

-চলিত বৰ্ষৰ মে’ মাহত পুনৰ দুয়ো দিল্লীলৈ যায়

-Block A, ফ্লেট নং ২০১৩ দুয়ো বাস কৰিবলৈ লয়

-অন্য যুৱকৰ সৈতে প্ৰেমকৰ সম্পৰ্ক গঢ়ি উঠিছিল প্ৰেমিকাৰ!

-ইয়াকে লৈ প্রেমিক ৰাজৰ সৈতে হৈছিল মতানৈক্য

-ঘটনাস্থলীতে মৃত্যু হয় প্রেমিকা স্নেহাৰ

GTM Desk

Related