কলা শাখাত কলিয়াবৰৰ নম্ৰতা বৰুৱাৰ নৱম স্থান

0 min read

কলা শাখাত কলিয়াবৰৰ নম্ৰতা বৰুৱাৰ নৱম স্থান ৷ মুঠ 467 নম্বৰ লাভ নম্ৰতাৰ ৷

কলিয়াবৰ, 25 জুন : আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত কলিয়াবৰৰ নম্ৰতা বৰুৱাই দখল কৰিছে নৱম স্থান ৷ নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজৰ পৰা কলা শাখাত পৰীক্ষাত অৱতীৰ্ণ হৈছিল নম্ৰতা ৷

কলা শাখাত কলিয়াবৰৰ নম্ৰতা বৰুৱাৰ নৱম স্থানমুঠ 467 নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে নম্ৰতাই । নম্ৰতা কলিয়াবৰৰ জখলাবন্ধাৰ নিবাসী সীমান্ত বৰুৱা আৰু ৰীতা বৰুৱাৰ কন্যা ৷

উল্লেখ্য যে, কলিয়াবৰৰ পৰা প্ৰিয়াংক্ষী গোস্বামীয়েও কলা শাখাত স

You May Also Like

More From Author