20.1 C
Assam
Wednesday, November 30, 2022

Featured News

নগাঁৱৰ জামুগুৰি দঘাট চুবুৰীৰ ২৪০ বছৰীয়া নামঘৰৰ প্ৰতিষ্ঠা দিৱস

নগাঁৱৰ জামুগুৰি দঘাট চুবুৰীৰ ২৪০ বছৰীয়া নামঘৰৰ প্ৰতিষ্ঠা দিৱস

15-year-old government vehicles will be scrapped: Nitin Gadkari

Union minister Nitin Gadkari today (November 25)...

কেঁচা পনীৰ খালে হয় এই চাৰিটা লাভ, নিয়ন্ত্ৰণত থাকে ওজন!

পনীৰ ভাৰতীয়সকলৰ প্ৰিয় ব্যঞ্জনবোৰৰ ভিতৰত অন্যতম। পনীৰ...

কলা শাখাত তৃতীয় স্থানপ্ৰাপ্ত পলী বৰাৰ শিক্ষক হোৱাৰ মন

Assamese Newsকলা শাখাত তৃতীয় স্থানপ্ৰাপ্ত পলী বৰাৰ শিক্ষক হোৱাৰ মন

নগাঁও,25 জুন: বৃহস্পতিবাৰে ঘোষণা কৰা হৈছে উচ্চতৰ মাধ্যমিক চূড়ান্ত শিক্ষাবৰ্ষৰ ফলাফল ৷ এইবেলি কলা শাখাত তৃতীয় স্থান লাভ কৰি খ্যাতি কঢ়িয়াই আনিছে নগাঁৱৰ পলী বৰাই ৷ ভৱিষ্যতে এগৰাকী শিক্ষক হোৱাৰ মন পুহি ৰখা পলীয়ে কনচেপ্ট জুনিয়ৰ কলেজৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৷ ছাত্ৰীগৰাকীয়ে মুঠ ৪৭৩ নম্বৰ লাভেৰে কলা শাখাত তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হয় ৷

উচ্চতৰ মাধ্যমিক চূড়ান্ত শিক্ষাবৰ্ষৰ ফলাফল ঘোষণা ৷ কলা শাখাত নগাঁৱৰ কনচেপ্ট জুনিয়ৰ কলেজৰ পলী বৰাই তৃতীয় স্থান দখলেৰে সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: