মৰিগাঁৱত চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ;আৰক্ষীয়ে অভিযানত আটক কৰে ৪ চাইবাৰ অপৰাধীক
মৈৰাবাৰীৰ পৰা আনোৱাউদ্দিন আহমেদ, ৰেকিবুদ্দিনক গ্ৰেপ্তাৰ। লাহৰীঘাটৰ পৰা গ্ৰেপ্তাৰ আন দুই চাইবাৰ অপৰাধীক। জব্দ লেপটপ ,মোবাইল, পান কাৰ্ড, আধাৰ কাৰ্ড। বিভিন্ন উৎসৰ পৰা ধনৰ লেনদেনৰ তথ্যও লাভ মৰিগাঁও আৰক্ষীৰ। সম্প্ৰতি মৰিগাঁও আৰক্ষীৰ জিম্মাত ৪ চাইবাৰ অপৰাধী।