নাচি থাকোঁতেই মঞ্চত ঢলি পৰি যুৱতীৰ অকাল মৃত্যু

নাচি থাকোঁতেই মঞ্চত ঢলি পৰি যুৱতীৰ অকাল মৃত্যু
  • শোণিতপুৰৰ বৰছলাৰ গৰুডুবাত শোকাৱহ ঘটনা
  • লক্ষ্মী পূজাৰ সাংস্কৃতিক অনুষ্ঠানত ভয়ংকৰ অঘটন
  • ঢেকিয়াজুলি অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ ছাত্ৰী আছিল যুৱতীগৰাকী ঠেলামৰা গৰুডুবাত লক্ষী পূজা উপলক্ষে আয়োজন কৰা সাংস্কৃতিক সন্ধিয়াত এই ঘটনা
  • মঞ্চত আনন্দ মনেৰে নাচি আছিল যুৱতী গৰাকীয়ে। সহযোগী শিল্পী দুই বান্ধৱীৰ সৈতে অতি হেঁপাহেৰে প্ৰদৰ্শন কৰি আছিল নৃত্য। কিন্তু কোনেও নভৱা ঘটনাৰ সাক্ষী হৈ ৰ’ল এই মঞ্চ। শোণিতপুৰৰ বৰছলাৰ এই যুৱতী গৰাকীৰ এয়াই যে অন্তিম নৃত্য হ’ব সেই কথা কল্পনাও কৰিব পৰা নাছিল কোনেও।
  • https://youtube.com/shorts/umz7x3pUiKM?si=dJ_SzB-qXPWgB4Zw

GTM Desk

Related