বহিঃৰাজ্যত মৃত্যু হ’ল অসমৰ এজন যুৱকৰ!

বহিঃৰাজ্যত মৃত্যু হ’ল অসমৰ এজন যুৱকৰ!

বহিঃৰাজ্যত মৃত্যু হ’ল অসমৰ এজন যুৱকৰ।ৰহস্যজনক ভাৱে মৃত্যু হোৱা অসমৰ যুৱকজনৰ নাম ৰাজেশ দাস।উল্লেখ্য যে, কৰ্ম সংস্থাপনৰ বাবে বেংগালুৰুলৈ গৈছিল বদৰপুৰৰ ঘোঁৰামাৰা গাঁৱৰ ৰাজেশ দাস নামৰ যুৱকজন। তাতেই সূৰ্যনগৰৰ এটা কোম্পানীত কাম কৰিছিল তেওঁ। কিন্তু ৰহস্যজনক ভাৱে তাতেই মৃত্যু হোৱাত এতিয়া পৰিয়ালে সমগ্ৰ ঘটনাৰ উচিত তদন্ত বিচাৰিছে।

GTM Desk