ঘোষণা হ’ল ২০২৩ বৰ্ষৰ শিশু-সাহিত্য অকাডেমি বঁটা

ঘোষণা হ’ল ২০২৩ বৰ্ষৰ শিশু-সাহিত্য অকাডেমি বঁটা
– ৰথীন্দ্ৰ গোস্বামীলৈ আগবঢ়োৱা হৈছে শিশু-সাহিত্য অকাডেমি বঁটা।
‘পোৱালমণি চিচিঙৰ দুঃসাহসিক অভিযান’ উপন্যাসখনৰ বাবে আগবঢ়োৱা হৈছে এই বঁটা।

GTM Desk