লক্ষ্মীজান চাহ বাগিছাৰ মহিলাক গোপন অংগৰ দৃশ্য মোবাইলত বন্দী কৰি ভাইৰেল কৰিলে চিকিৎসকে

লক্ষ্মীজান চাহ বাগিছাৰ মহিলাক গোপন অংগৰ দৃশ্য মোবাইলত বন্দী কৰি ভাইৰেল কৰিলে চিকিৎসকে

লক্ষ্মীজান চাহ বাগিছাৰ এগৰাকী মহিলাক ক’ৰপাৰ্টি সংস্থাপনৰ দৃশ্য মোবাইলত বন্দী কৰি ভাইৰেল কৰিলে এজন চিকিৎসকে

নাজিৰাৰ গেলেকীৰ লক্ষ্মীজান চাহ বাগিছাৰ এগৰাকী মহিলাৰ গোপন অংগত গৰ্ভ নিৰোধক ক’ৰপাৰ্টি সংস্থাপনৰ দৃশ্য মোবাইলত বন্দী কৰি ভাইৰেল কৰিলে ডাঃ চাহাদ উল্লাহে। চিকিৎসকগৰাকীৰ এই কুকাৰ্যৰ বিৰুদ্ধে গেলেকী আৰক্ষী থানাত এজাহাৰ দাখিল ভুক্তভোগী মহিলাগৰাকীৰ স্বামীৰ। এই জঘন্য ঘটনাৰ প্ৰতিবাদত গেলেকী আৰক্ষী থানা ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে আশাকৰ্মী, আটছাকে ধৰি বিভিন্ন দল-সংগঠনে।

GTM Desk